এছ আই কেলেংকাৰীৰ অন্যতম মূল অভিযুক্ত অক্ষয় চান্দে লাভ কৰিলে জামিন…

এছ আই কেলেংকাৰীৰ অন্যতম মূল অভিযুক্ত অক্ষয় চান্দে লাভ কৰিলে জামিন…
  • এছ আই নিয়ুক্তি পৰীক্ষাৰ প্ৰশ্ন কাকত বাতিল কাণ্ডৰ অন্যতম মুল অভিযুক্ত অক্ষয় চান্দে লাভ কৰে জামিন ।
  • গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰে অক্ষয় চান্দৰ ।
  • শাৰিৰীক অসুস্থতাৰ বাবে অক্ষয় চান্দে লাভ কৰে জামিন ।
  • অক্ষয় চান্দ আছিল এছ আই পৰীক্ষা অনুষ্ঠিত কৰা অন্যতম প্ৰতিষ্ঠান অক্ষয় টেলিকমিউনিকেশ্যনৰ স্বত্বাধিকাৰী।
  • অক্ষয় চান্দৰ সৈতে এছ আই কেলেংকাৰীত অভিযুক্ত ৮ জনে লাভ কৰিছে জামিন ।
  • অক্ষয় চান্দ চেন্নাইত চিকিৎসাধীন হৈ আছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in