আকৌ খেলপথাৰলৈ ঘূৰি আহিব পাৰে শ্ৰীসান্থ

আকৌ খেলপথাৰলৈ ঘূৰি আহিব পাৰে শ্ৰীসান্থ

  • পুনৰ খেলপথাৰত দেখা পোৱা যাব পাৰে শ্ৰীসান্থক।
  • উচ্চতম ন্যায়ালয়ে শ্ৰীসান্থৰ ওপৰত জাৰি কৰা নিষেধাজ্ঞা পুনৰ বিবেচনাৰ নিৰ্দেশ দিছে।
  • স্পৰ্টছ ফিক্সিং কেলেংকাৰীত জড়িত হৈ নিষেধাজ্ঞাৰ সন্মুখীন হৈছিল এসময়ৰ তাৰকা খেলুৱৈগৰাকী।
  • বি চি চি আইক এই নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে।
  • ন্যায়াধীশ অশোক ভূষণৰ নেতৃত্বত গঠিত বিচাৰপীঠৰ এই নিৰ্দেশ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in