কোভিডত আক্ৰান্ত হৈ বলিউদৰ সংগীত পৰিচালক শ্ৰৱণ ৰাথোডৰ মৃত্যু…

কোভিডত আক্ৰান্ত হৈ বলিউদৰ সংগীত পৰিচালক শ্ৰৱণ ৰাথোডৰ মৃত্যু…
  • বলিউদৰ সংগীত পৰিচালক শ্ৰৱণ ৰাথোডৰ মৃত্যু ।
  • কোভিডত আক্ৰান্ত হৈ বৃহস্পতিবাৰে নিশা মৃত্যু হয় সংগীত পৰিচালক গৰাকীৰ ।
  • মুম্বাইৰ এখন চিকিৎসালয়ত মৃত্যু হয় সংগীত পৰিচালক গৰাকীৰ ।
  • ৰাথোডৰ দেশত কোভিডৰ উপস্থিতি ধৰা পৰাৰ পিছতে সোমবাৰে মুম্বাইৰ এছ.এল. ৰহেজা চিকিৎসালয়ত সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছিল ।
  • বলিফদৰ বহু জনপ্ৰিয় গীতৰ পৰিচালনা কৰিছিল ৰাথোডে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in