পুৱাই মোডীয়ে চালে ক’লা পতাকা..

পুৱাই মোডীয়ে চালে ক’লা পতাকা..
  • শনিবাৰে পুৱাই ক'লা পতাকাৰ সন্মুখীন নৰেন্দ্ৰ মোডী।
  • ৰাজভৱনৰ পৰা বিমান বন্দৰ অভিমুখে যাত্ৰা কৰাৰ সময়তে প্ৰধানমন্ত্ৰীক ক'লা পতাকা প্ৰদৰ্শন।
  • মহানগৰীৰ সাতমাইলত ক'লা পতাকাৰ সন্মুখীন মোডী।
  • মোডীৰ অসম ভ্ৰমণৰ বিৰোধিতাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে দেখুৱালে ক'লা পতাকা।
  • আৰক্ষীয়ে আটক কৰে ৫জনকৈ প্ৰতিবাদকাৰী ছাত্ৰক।
  • মোডী গ' বেক, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক আদি শ্ল'গানেৰে উত্তাল প্ৰতিবাদ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in