শেহতীয়া খবৰ
অসহ্যকৰ! ৰহাত পৰিয়ালকেন্দ্ৰীক ঘটনাৰ তদন্তৰ বাবে যোৱা আৰক্ষী বিষয়াক বান্ধি প্ৰহাৰ, প্ৰাণ লোৱাৰ চেষ্টা বোৱাৰীক অত্যাচাৰৰ অভিযুক্তৰ, VIDEO  •  গণৰাজ্য দিৱসত কোন মন্ত্ৰীয়ে ক’ত কৰিব পতাকা উত্তোলন? পঢ়ক সৱিশেষ...  •  গণৰাজ্য দিৱসত কোন মন্ত্ৰীয়ে ক’ত কৰিব পতাকা উত্তোলন? পঢ়ক সৱিশেষ...  •  আৰক্ষী-নিৰাপত্তাৰক্ষীৰ অভিযান অব্যাহত, জম্মু-কাশ্মীৰৰ আৱন্তিপোৰাত জেইছ-ই-মহম্মদৰ সন্ত্ৰাসবাদীৰ আত্মগোপন...  •  কেনেকৈ ক্ৰয় কৰিব ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠানৰ টিকট, মূল্য শুনিলেই আচৰিত হ'ব আপুনি...  •  কেনেকৈ ক্ৰয় কৰিব ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠানৰ টিকট, মূল্য শুনিলেই আচৰিত হ'ব আপুনি...  •  আছুৰ বিৰুদ্ধে অশ্লীল মন্তব্য কৰি থানাত ক্ষমা প্ৰাৰ্থনা বিজেপি বিধায়ক বিনোদ হাজৰিকাৰ ভাতৃৰ... VIDEO  •  পুৱাৰ ১০টা গুৰুত্বপূৰ্ণ খবৰ  •  পুৱাৰ ১০টা গুৰুত্বপূৰ্ণ খবৰ  •  পুৱাৰ ১০টা গুৰুত্বপূৰ্ণ খবৰ

ভাৰতীয় নৌসেনাৰ প্ৰথমগৰাকী মহিলা পাইলট শিবাংগীক টুইটাৰযোগে শুভেচ্ছা জনালে শত্ৰুঘ্ন সিনহাই…

244

ডিজিটেল ডেস্কঃ বলিউডৰ জ্যেষ্ঠ অভিনেতা তথা ৰাজনৈতিক নেতা শত্ৰুঘ্ন সিনহাৰ এটা টুইট বাৰুকৈ ভাইৰেল হৈ পৰিছে। নৌসেনাৰ ছাব-লেফটেনেন্ট শিৱাংগীয়ে ৰচিছে এক ইতিহাস। তেওঁ হৈছে প্ৰথমগৰাকী ভাৰতীয় মহিলা নৌসেনা পাইলট। দেশবাসীয়ে শিবাংগীক ইয়াৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে। আৰু লগতে শত্ৰুঘ্ন সিনহায়ো টুইটাৰযোগে তেওঁক শুভেচ্ছা জনায়।

শত্ৰুঘ্ন সিনহাই টুইটত লিখিছে- ‘চাব্বাছ শিবাংগী। প্ৰথমগৰাকী ভাৰতীয় মহিলা নৌসেনাৰ পাইলট হৈ তেওঁ এক ইতিহাস ৰচনা কৰিছে। তেওঁ ড’ৰ্ণিয়াৰ ছাৰ্ভেলিয়েন্স এয়াৰক্ৰাফ্ট উৰাব। আপোনাক ইয়াৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছো।’

ইফালে, শিবাংগীৰ পিতৃ হৰিভূষণে সংবাদমাধ্যমৰ আগত কয় যে, ‘আমি অতি পিছ পৰা অঞ্চলৰ। আজি আমাৰ কন্যাই আমাক গৌৰাৱান্বিত কৰিছে। মই ভাবো আমাৰ দেশৰ কন্যা সকলে যি কৰিব বিচাৰে তাৰ বাবে উৎসাহিত কৰিব লাগে।’

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি