ফিনলেণ্ডত আন্তঃৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত প্ৰৱেশ শিৱ থাপাৰ

ফিনলেণ্ডত আন্তঃৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত প্ৰৱেশ শিৱ থাপাৰ
  • অৰ্জুন বঁটা বিজয়ী শিৱ থাপাই পুনৰ কঢ়িয়াইছে ৰাজ্যলৈ গৌৰৱ।
  • ফিনলেণ্ডৰ হেলছিংকিত উজলিছে অসম সন্তান শিৱ থাপা।
  • হেলছিংকিত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে তেওঁ।
  • কোৱাৰ্টাৰ ফাইনেলত শিৱ থাপাই পৰাস্ত কৰে পোলেণ্ডৰ ডমিনিক পালাকক।
  • ৫–০ ব্যৱধানত পৰাস্ত কৰে পোলেণ্ডৰ খেলুৱৈজনক।
  • তেওঁৰ লগতে দেশৰ শচীন চিৱাস, মহম্মদ হুছামুদ্দিন, কবিন্দৰ সিং বিষ্ট, দিনেশ দাগৰ আৰু নবীন কুমাৰেও ছেমি ফাইনেলত প্ৰৱেশ কৰিছে।
  • ছেমি ফাইনেলত ৰাছিয়াৰ মিখাইল বাৰ্লামুভৰ মুখামুখি হ'ব শিৱ থাপা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in