শেহতীয়া খবৰ
হোলী উদযাপন নকৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে...  •  আবিৰৰ ৰঙেৰে ৰঙীন হৈছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহো...  •  কামপুৰৰ ইতিহাস প্ৰসিদ্ধ বিষ্ণুপুৰী থানত আৰম্ভ শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ...  •  পুনৰ দিল্লীত হত্যাৰ বলি অসমীয়া যুৱতী  •  ৰহাত বন বিভাগৰ জালত চোৰাং শাল আৰু চেগুন কাঠসহ ২জন, চাওক VIDEO  •  পশ্চিম কাৰ্বি আংলঙত খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ ২৫জন লোক  •  ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীৰ বাবে ভাল খবৰ...  •  ‘মই ভাল পত্নী নহয়, কাৰণ মই ৰান্ধনিঘৰৰ একো কামেই নাজানো’- প্ৰিয়ংকা চোপ্ৰা...  •  মাৰ্ঘেৰিটাত জৰাজীৰ্ণ পথ নিৰ্মাণৰ দাবীত ৰাইজৰ প্ৰতিবাদ  •  জম্মু-কাশ্মীৰত পাক সেনাৰ গুলীচালনাত নিহত ভাৰতীয় সেনা জোৱান...

ফিনলেণ্ডত আন্তঃৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত প্ৰৱেশ শিৱ থাপাৰ

106
  • অৰ্জুন বঁটা বিজয়ী শিৱ থাপাই পুনৰ কঢ়িয়াইছে ৰাজ্যলৈ গৌৰৱ।
  • ফিনলেণ্ডৰ হেলছিংকিত উজলিছে অসম সন্তান শিৱ থাপা।
  • হেলছিংকিত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে তেওঁ।
  • কোৱাৰ্টাৰ ফাইনেলত শিৱ থাপাই পৰাস্ত কৰে পোলেণ্ডৰ ডমিনিক পালাকক।
  • ৫–০ ব্যৱধানত পৰাস্ত কৰে পোলেণ্ডৰ খেলুৱৈজনক।
  • তেওঁৰ লগতে দেশৰ শচীন চিৱাস, মহম্মদ হুছামুদ্দিন, কবিন্দৰ সিং বিষ্ট, দিনেশ দাগৰ আৰু নবীন কুমাৰেও ছেমি ফাইনেলত প্ৰৱেশ কৰিছে।
  • ছেমি ফাইনেলত ৰাছিয়াৰ মিখাইল বাৰ্লামুভৰ মুখামুখি হ’ব শিৱ থাপা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি