গুৱাহাটীত ইণ্ডিয়া অপেন বক্সিং চেম্পিয়নশ্বিপ, আজি ৰিঙত নামিব শিৱ থাপা…

গুৱাহাটীত ইণ্ডিয়া অপেন বক্সিং চেম্পিয়নশ্বিপ, আজি ৰিঙত নামিব শিৱ থাপা…
  • গুৱাহাটীত অনুষ্ঠিত ইণ্ডিয়া অপেন বক্সিং চেম্পিয়নশ্বিপ।
  • আজি ৰিঙত নামিব অলিম্পিয়ান শিৱ থাপা।
  • মেৰীকমো আজি ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব।
  • ভাৰতৰ সৈতে নিখাট জাৰিনৰ মুখামুখি হ'ব মেৰীকম।
  • পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ যমুনা আৰু লাভলিনাৰো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in