পুনৰ শংবাদ শীৰ্ষত শিৱ থাপাঃ জয় কৰিলে স্বৰ্ণ পদক…

পুনৰ শংবাদ শীৰ্ষত শিৱ থাপাঃ জয় কৰিলে স্বৰ্ণ পদক…
  • পুনৰ সংবাদ শীৰ্ষত অসমৰ বক্সাৰ শিৱ থাপা।
  • ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত চমক সৃষ্টি কৰিছে শিৱই।
  • এলিট মেনছ নেচনেল বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ জয় কৰিলে শিৱই।
  • ফাইনেলত শিৱৰ সন্মুখত আছিল এছ এছ চিৰ দলবীৰ।
  • দলৱীৰক ৫-০ ৰ ব্যৱধানত পৰাস্ত কৰে শিৱই।
  • কৰ্ণাটকৰ ইনস্পায়াৰ ইনষ্টিটউট অৱ স্পৰ্টছত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in