শেহতীয়া খবৰ
কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্তই বিতৰন কৰিলে ৰাষ্ট্ৰীয় পতাকা...  •  বিহপুৰীয়াত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উদ্বোধন কৰিলে ৰুৰবান মিচনৰ আচঁনি...  •  ঢকুৱাখনাত মহিলা সন্ধানহীন...  •  ধেমাজিৰ বি. চি কেয়াৰ চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত ৫ খন কাব্য সংকলন উন্মোচন...  •  পলাশবাৰীৰ চিয়াঁহী উদ্যোগত বিধ্বংসী অগ্নিকাণ্ড...  •  মৈৰাবাৰীত অবৈধ বিলাতী সুৰা জব্দ...  •  কামপুৰত ৰাজু সমীৰণৰ “ জলপ্ৰলয় “ উন্মোচন...  •  টিপং কয়লাখনিৰ কেইবা কোটি মূল্যৰ লোহা চুৰিঃ লুটপাত ৰোধিব নোৱাৰা আৰক্ষীৰ সাংবাদিকৰ ওপৰতহে বিৰূপ মন্তব্য...  •  শিৱসাগৰত ৰাইজৰ দলৰ বৃহৎ যোগদান সমাৰোহঃ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ কথা ঘোষণা...  •  কবিতা ১২/ সহস্ৰ গাঁঠিৰ বান্ধ

পুনৰ শংবাদ শীৰ্ষত শিৱ থাপাঃ জয় কৰিলে স্বৰ্ণ পদক…

  • পুনৰ সংবাদ শীৰ্ষত অসমৰ বক্সাৰ শিৱ থাপা।
  • ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত চমক সৃষ্টি কৰিছে শিৱই।
  • এলিট মেনছ নেচনেল বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ জয় কৰিলে শিৱই।
  • ফাইনেলত শিৱৰ সন্মুখত আছিল এছ এছ চিৰ দলবীৰ।
  • দলৱীৰক ৫-০ ৰ ব্যৱধানত পৰাস্ত কৰে শিৱই।
  • কৰ্ণাটকৰ ইনস্পায়াৰ ইনষ্টিটউট অৱ স্পৰ্টছত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা।