শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২১৫জন কোভিড পজিটিভ, সুস্থ হৈছে ২৮৩২জন...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ দুজনৰ মৃত্যু...  •  বিহাৰ বিধানসভা নিৰ্বাচন...  •  ৩১ অক্টোবৰত চাব আকাশলৈ, দেখা পাব ‘ব্লু মুন’...  •  উত্তৰ প্ৰদেশৰ গো হত্যা আইনৰ অপব্যৱহাৰকলৈ উদ্বেগ প্ৰকাশ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ...  •  হাথৰছ ধৰ্ষণ-হত্যাকাণ্ডঃ মঙলবাৰে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিব কিছু গুৰুত্বপূৰ্ণ ৰায়দান...  •  হাতে হাতে দা-তৰোৱাল, তিনিচুকীয়াত বজৰং দলৰ সশস্ত্ৰ বাইক ৰেলী...  •  নৱমী পূজাৰ নিশা বৰপেটাৰোডত সাংবাদিক আক্ৰমণৰ ঘটনা...  •  আইপিএলৰ পৰা বাহিৰ হ’ল চেন্নাই...  •  জম্মু-কাশ্মীৰৰ পিপলছ ডেম’ক্ৰেটিক পাৰ্টীৰ মুৰব্বী মেহবুবা মুফতীৰ মন্তব্যক লৈ সৰৱ তিনি নেতাৰ পদত্যাগ...

হঠাৎ অসুস্থ সঞ্জয় ৰাউট! লীলাৱতী হাস্পতালত ভৰ্তি

417
  • হঠাৎ অসুস্থ শিৱসেনাৰ নেতা সঞ্জয় ৰাউট।
  • মুম্বাইৰ লীলাৱতী হাস্পতালত ভৰ্তি কৰোৱা হৈছে নেতাগৰাকীক।
  • বুকুৰ অস্বাভাৱিক বিষৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰা বুলি জানিব পৰা গৈছে।
  • মহাৰাষ্ট্ৰৰ ৰাজনৈতিক পৰিস্থিতক লৈ বিগত কিছুদিন ধৰি সৰৱ হৈ আছিল সঞ্জয় ৰাউট।
  • সোমবাৰেও তেওঁ বিজেপিৰ সৈতে মিত্ৰতা ভংগ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল।
  • কিন্তু দুপৰীয়াৰ ভাগত হঠাৎ অসুস্থ হৈ পৰে শিৱসেনাৰ নেতাগৰাকী।
  • তাৰ পাছতে পৰিয়ালৰ লোকে তেওঁক ভৰ্তি কৰে চিকিৎসালয়ত।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি