হঠাৎ অসুস্থ সঞ্জয় ৰাউট! লীলাৱতী হাস্পতালত ভৰ্তি

হঠাৎ অসুস্থ সঞ্জয় ৰাউট! লীলাৱতী হাস্পতালত ভৰ্তি
  • হঠাৎ অসুস্থ শিৱসেনাৰ নেতা সঞ্জয় ৰাউট।
  • মুম্বাইৰ লীলাৱতী হাস্পতালত ভৰ্তি কৰোৱা হৈছে নেতাগৰাকীক।
  • বুকুৰ অস্বাভাৱিক বিষৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰা বুলি জানিব পৰা গৈছে।
  • মহাৰাষ্ট্ৰৰ ৰাজনৈতিক পৰিস্থিতক লৈ বিগত কিছুদিন ধৰি সৰৱ হৈ আছিল সঞ্জয় ৰাউট।
  • সোমবাৰেও তেওঁ বিজেপিৰ সৈতে মিত্ৰতা ভংগ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল।
  • কিন্তু দুপৰীয়াৰ ভাগত হঠাৎ অসুস্থ হৈ পৰে শিৱসেনাৰ নেতাগৰাকী।
  • তাৰ পাছতে পৰিয়ালৰ লোকে তেওঁক ভৰ্তি কৰে চিকিৎসালয়ত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in