উদ্ধৱ থাকৰেৰ শপতগ্ৰহণ অনুষ্ঠানলৈ প্ৰাক্তন প্রধানমন্ত্ৰী ড০ মনমোহন সিঙক জনালে আমন্ত্ৰণ…

উদ্ধৱ থাকৰেৰ শপতগ্ৰহণ অনুষ্ঠানলৈ প্ৰাক্তন প্রধানমন্ত্ৰী ড০ মনমোহন সিঙক জনালে আমন্ত্ৰণ…
  • প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ বাসগৃহত উপস্থিত শিৱসেনাৰ নেতা আদিত্য থাকৰে।
  • মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী ৰূপে উদ্ধৱ থাকৰেৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত হোৱাৰ বাবে আমন্ত্ৰণ জনাই প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক।
  • উল্লেখ্য যে, বৃহস্পতিবাৰে মুম্বাইত সন্ধিয়া প্ৰায় ৬.৩০ বজাত মুখ্যমন্ত্ৰী ৰূপে শপত ল'ব উদ্ধৱ থাকৰেয়ে।
  • এই অনুষ্ঠানলৈ কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধী, ৰাহুল গান্ধী, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীকে ধৰি বহু কেইগৰাকী দেশৰ বিশিষ্ট নেতা-নেত্ৰীক আমন্ত্ৰণ জনোৱা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in