শেহতীয়া খবৰ
কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্তই বিতৰন কৰিলে ৰাষ্ট্ৰীয় পতাকা...  •  বিহপুৰীয়াত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উদ্বোধন কৰিলে ৰুৰবান মিচনৰ আচঁনি...  •  ঢকুৱাখনাত মহিলা সন্ধানহীন...  •  ধেমাজিৰ বি. চি কেয়াৰ চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত ৫ খন কাব্য সংকলন উন্মোচন...  •  পলাশবাৰীৰ চিয়াঁহী উদ্যোগত বিধ্বংসী অগ্নিকাণ্ড...  •  মৈৰাবাৰীত অবৈধ বিলাতী সুৰা জব্দ...  •  কামপুৰত ৰাজু সমীৰণৰ “ জলপ্ৰলয় “ উন্মোচন...  •  টিপং কয়লাখনিৰ কেইবা কোটি মূল্যৰ লোহা চুৰিঃ লুটপাত ৰোধিব নোৱাৰা আৰক্ষীৰ সাংবাদিকৰ ওপৰতহে বিৰূপ মন্তব্য...  •  শিৱসাগৰত ৰাইজৰ দলৰ বৃহৎ যোগদান সমাৰোহঃ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ কথা ঘোষণা...  •  কবিতা ১২/ সহস্ৰ গাঁঠিৰ বান্ধ

জনপ্ৰিয় অভিনেতা শিৱ কুমাৰ সুব্ৰমণিয়ামৰ মৃত্যু…

ডিজিটেল ডেস্ক: ১১ এপ্ৰিলত বলিউড জগতলৈ আহে এটি দুখজনক খবৰ। ৰবিবাৰে নিশা মৃত্যুক সাৱতি লয় শিৱ কুমাৰ সুব্ৰমণিয়ামে। জনপ্ৰিয় অভিনেতা তথা চিত্ৰনাট্যকাৰ শিৱ কুমাৰ সুব্ৰমণিয়াৰ মৃত্যুৱে শোকৰ ছা পেলাইছে বলিউড তথা ছবি প্ৰেমী ৰাইজৰ মাজত।

বিগত বৰ্গত ”মিণাক্ষী সুন্দৰেশ্বৰ” নামৰ ছবিখনত দেখিবলৈ পোৱা গৈছিল অভিনেতা গৰাকীক। এই ছবিখনত ছান্যা মলহোত্ৰাক মুখ্য চৰিত্ৰত দেখিবলৈ পোৱা গৈছিল।

অভিনেতা গৰাকীৰ মৃত্যুৰ পাছতেই তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰি টুইট কৰিছে কেইবাজনো অভিনেতা অভিনেত্ৰীয়ে। অভিনেতা গৰাকীয়ে কেইবাখনো হিন্দী ছবি যেনে-ৰকী হেণ্ডচাম, টু ষ্টেটচ আদিত অভিনয় কৰিছে।

আৰু পঢ়ক: পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰী…