কোৰোনাৰ আতংকঃ ভক্তৰ বাবে বন্ধ হ’ল শিৰদি সাই বাবা মন্দিৰৰ দুৱাৰ…

কোৰোনাৰ আতংকঃ ভক্তৰ বাবে বন্ধ হ’ল শিৰদি সাই বাবা মন্দিৰৰ দুৱাৰ…
  • কোৰোনা ভাইৰাছৰ আতংক সমগ্ৰ ভাৰতত।
  • ভক্তৰ বাবে বন্ধ হ'ল মহাৰাষ্ট্ৰৰ প্ৰসিদ্ধ শিৰদি সাই বাবা মন্দিৰ।
  • ১৫০০ ঘণ্টাৰ বাবে বন্ধ কৰা হৈছে মন্দিৰৰ দুৱাৰ।
  • মঙলবাৰে এই কথা ঘোষণা কৰিছে শ্ৰী সাইবাবা সংস্থান ট্ৰাষ্টে।
  • উল্লেখ্য যে, মহাৰাষ্ট্ৰত ৩৩ জন লোক আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত।
  • মঙলবাৰে মহাৰাষ্ট্ৰত ১ জন লোকৰো মৃত্যু ঘটে কোৰোনা ভাইৰাছত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in