অন্ধ্ৰপ্ৰদেশত লাইনচ্যুত যাত্ৰীবাহী ৰে’ল…
- অন্ধ্ৰপ্ৰদেশত যাত্ৰীবাহী ৰে’ল লাইনচ্যুতৰ ঘটনা।
- ৰাজ্যখনৰ ক’ডুৰা ৰেল ষ্টেচনত সংঘটিত হয় এই ঘটনা।

- শিৰডি এক্সপ্ৰেছ নামৰ ৰেলখন লাইনচ্যুত হয় মঙলবাৰে পুৱা।
- তিৰুপতিৰ পৰা শিৰডিলৈ গৈ আছিল ৰেলখন।
- সৌভাগ্যক্ৰমে আটাইকেইজন যাত্ৰীক উদ্ধাৰ কৰা হৈছে।
