শেহতীয়া খবৰ
মঙলদৈত অযোধ্যাৰ ভূমি পূজন উপলক্ষে শ্ৰী শ্ৰী বিষ্ণু হোম যঞ্জ...  •  অখিল গগৈৰ মুক্তিৰ দাবীত শিমলুগুৰিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ব্যতিক্ৰমী প্ৰতিবাদ...  •  কোৰোনাৰ মহাসংকটৰ মাজতে ইউপিপিএলৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন...  •  ঐতিহাসিক আলাবৈত ৰাজ্য চৰকাৰৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান...  •  জু তিনি আলিৰ মাডাৰ টেৰেছা পথত হঠাৎ দাউ দাউকৈ জ্বলিল চাফাৰি...  •  জু তিনি আলিৰ মাডাৰ টেৰেছা পথত হঠাৎ দাউ দাউকৈ জ্বলিল চাফাৰি...  •  ধুটি-কুৰ্তা পিন্ধি অযোধ্যালৈ ৰাওনা হ'ল নৰেন্দ্ৰ মোদী...  •  প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত হৈয়েই মৃত্যুক সাৱটিব লগা হৈছে হাইস্কুলৰ ফিক্সড পেৰ শিক্ষকে...  •  লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ আজি ৭০ সংখ্যক মৃত্যু দিৱস...  •  ৰাম মন্দিৰৰ বাবে সুদীৰ্ঘ ২৮ বছৰ আছিল অনাহাৰে কিন্তু নাপালে নিমন্ত্ৰণ...

অন্ধ্ৰপ্ৰদেশত লাইনচ্যুত যাত্ৰীবাহী ৰে’ল…

20
  • অন্ধ্ৰপ্ৰদেশত যাত্ৰীবাহী ৰে’ল লাইনচ্যুতৰ ঘটনা।
  • ৰাজ্যখনৰ ক’ডুৰা ৰেল ষ্টেচনত সংঘটিত হয় এই ঘটনা।
  • শিৰডি এক্সপ্ৰেছ নামৰ ৰেলখন লাইনচ্যুত হয় মঙলবাৰে পুৱা।
  • তিৰুপতিৰ পৰা শিৰডিলৈ গৈ আছিল ৰেলখন।
  • সৌভাগ্যক্ৰমে আটাইকেইজন যাত্ৰীক উদ্ধাৰ কৰা হৈছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি