শেহতীয়া খবৰ
শোণিতপুৰত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ চূড়ান্ত প্রাৰ্থীৰ তালিকা প্ৰকাশ  •  জাগুনৰ অপহৰণ কাণ্ডৰ দায়িত্ব স্বীকাৰ আলফা স্বাধীনৰ  •  মধ্যপ্ৰদেশত ভয়াৱহ পথ দুৰ্ঘটনা, নিহত শিশুসহ ৯জন  •  শ্ৰীশ্ৰী বদলা পদ্মআতা সত্ৰত ৰাসোৎসৱৰ হীৰক জয়ন্তী বৰ্ষ, খোল-তালৰ ধ্বনিত মুখৰিত চৌদিশ  •  মহানগৰীত ৰড চুৰি কৰিবলৈ আহি আৰক্ষীৰ জালত ৪ চোৰ  •  আক্ৰাছুৰ অসম বন্ধক লৈ বাক্সাৰ গুৱাবাৰীত উত্তেজনা  •  এন ই কে এছ চিৰ কোম্পানীৰ নামত ভুৱা ব্যৱসায় কৰি আৰক্ষীৰ জালত চৌকত আলী  •  মানকাচৰত নিৰ্বাচনী বতাহ, দলীয় বিসম্বাদ আৰু দল বাগৰা ৰাজনীতিৰ মাজতে শক্তিশালী নিৰ্দলীয় প্ৰাৰ্থী  •  নগাঁৱত হঠাৎ পোষ্টাৰৰ পৰা হেৰাইছে ৰাজেন গোঁহাইৰ ফটো!  •  ৰাজকুমাৰ আৰু যতীন য’ত, ১০ টকাতেই বিধে বিধে টেঙাৰ জুতি ত’ত...

শ্বিলঙৰ তিনি মাইলৰ পানী টেংকীত দুৰ্বৃত্তই ঢালিলে ম’বিল!

222

ডিজিটেল ডেস্কঃ মেঘালয়ৰ শ্বিলঙৰ সমীপৱৰ্তী তিনি মাইলত এটা পানীৰ টেংকীত কোনো দুৰ্বৃত্তই ম’বিল জাতীয় সামগ্ৰী ঢালি দিয়ে। তিনি মাইলত থকা এই পানীৰ ৰিজাৰ্ভাৰটোৰ পৰাই প্ৰায় ১৮শ পৰিয়ালক পানী যোগান ধৰা হয়।

পানীৰ ৰিজাৰ্ভাৰটোৰ পৰা যোগান ধৰা পানীয়েই পাইছিল সেই অঞ্চলটোৰ লোকসকলে। স্থানীয় লোকে জানিবলৈ দিয়া মতে, কোনোবাই তাত ম’বিল ঢালি থৈ যোৱাৰ বাবেই পানীৰ বৰণ কৰা হোৱা বুলি সন্দেহ কৰা হৈছে। আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে যদিও কোনো লোকক গ্ৰেপ্তাৰ কৰিব পৰা নাই।

ইফালে, পানী ৰিজাৰ্ভাৰটোত ক’লা তৰল তেল জাতীয় সামগ্ৰী কোনো লোকে মিশ্ৰন কৰি দিয়াৰ পাছত তিনি মাইলৰ সমগ্ৰ অঞ্চলটোত খোৱাপানীকে ধৰি পানীৰ ভীষণ সমস্যাই দেখা দিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি