সোম আৰু মঙলবাৰে শ্বিলঙত সম্পূৰ্ণ লকডাউন…

ফাইল ফটো
ফাইল ফটো
  • শ্বিলঙত দুটাকৈ দিন সম্পূৰ্ণ লকডাউন ঘোষণা।
  • মুখ্যমন্ত্ৰী কনৰাড চাংমাই কৰিলে এই ঘোষণা।
  • আগন্তুক সোমবাৰ আৰু মঙলবাৰে শ্বিলঙত লকডাউন।
  • কোৰোনাত সংক্ৰমিত লোকৰ সংখ্যাৰ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত।
  • সকলো জনতাৰ সহযোগ কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in