নতুন দিল্লীত দলীয় নেতৃত্বৰ ওচৰত ক্ষমা খুজিলে শিলাদিত্য দেবে…

নতুন দিল্লীত দলীয় নেতৃত্বৰ ওচৰত ক্ষমা খুজিলে শিলাদিত্য দেবে…
  • নতুন দিল্লীত দলীয় নেতৃত্বৰ ওচৰত ক্ষমা খুজিলে হোজাইৰ বিধায়ক শিলাদিত্য দেবে ।
  • ৰাজ্যিক বিজেপিৰ সাংগঠনিক শম্পাদক ফণী শৰ্মাৰ ওচৰত ক্ষমা খুজিলে বিধায়ক গৰাকীয়ে ।
  • দলীয় নেতৃত্বৰ নিৰ্দেশত ক্ষমা খুজিলে বিধায়ক গৰাকীয়ে ।
  • প্ৰায় এবছৰ আগতে আকাৰে ইংগিতে ফনী শৰ্মাক সংবাদ মেলত কটাক্ষ কৰিছিল বিধায়ক গৰাকীয়ে।
  • বিজেপিৰ উত্তৰণৰ ক্ষেত্ৰত ফণী শৰ্মাৰ বহু খিনি অবদান আছে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰিছে বিধায়ক গৰাকীয়ে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in