শেহতীয়া খবৰ
বৰপেটাত পুনৰ এগৰাকী কোভিড আক্ৰান্ত লোকৰ মৃত্যু...  •  ৰং-তুলিকাৰে সজাগতাৰ সৃষ্টি হাজোৰ জ্যোতিস্মিতাৰ...  •  কোৰোনা পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰক ৰাষ্ট্ৰীয় আঁচনি দাখিল কৰিবলৈ আহ্বান উচ্চতম ন্যায়ালয়ৰ...  •  ৪৫ বছৰৰ ঊৰ্ধ্বৰ সকলো লোককে ভেকচিন ল’বলৈ আহ্বান দৰং জিলা উপায়ুক্তৰ...  •  ভেকচিন লাগে : নাই সমাজিক দুৰত্ব,নাই কোভিড প্ৰট'কল...  •  ভেকচিন লাগে : নাই সমাজিক দুৰত্ব,নাই কোভিড প্ৰট'কল...  •  ধৰ্ণা আতৰাব খুজিলে এঘন্টাৰ ভিতৰতে চৰকাৰক উত্তৰ দিয়া হ'ব : ৰাকেশ টিকাইট  •  এদিনত দেশত ৩ লাখ ৩২ হাজাৰতকৈ অধিক লোক আক্ৰান্ত কোভিডত,২০৬৩ জনৰ মৃত্যু...  •  দিল্লী চৰকাৰলৈ ছাৰ গংগা ৰাম চিকিৎসালয়ৰ পত্ৰ : ২ ঘন্টাৰ বাবে উপলব্ধ আছে অক্সিজেন...  •  কোভিডত আক্ৰান্ত হৈ বলিউদৰ সংগীত পৰিচালক শ্ৰৱণ ৰাথোডৰ মৃত্যু...

নতুন দিল্লীত দলীয় নেতৃত্বৰ ওচৰত ক্ষমা খুজিলে শিলাদিত্য দেবে…

409
  • নতুন দিল্লীত দলীয় নেতৃত্বৰ ওচৰত ক্ষমা খুজিলে হোজাইৰ বিধায়ক শিলাদিত্য দেবে ।
  • ৰাজ্যিক বিজেপিৰ সাংগঠনিক শম্পাদক ফণী শৰ্মাৰ ওচৰত ক্ষমা খুজিলে বিধায়ক গৰাকীয়ে ।
  • দলীয় নেতৃত্বৰ নিৰ্দেশত ক্ষমা খুজিলে বিধায়ক গৰাকীয়ে ।
  • প্ৰায় এবছৰ আগতে আকাৰে ইংগিতে ফনী শৰ্মাক সংবাদ মেলত কটাক্ষ কৰিছিল বিধায়ক গৰাকীয়ে।
  • বিজেপিৰ উত্তৰণৰ ক্ষেত্ৰত ফণী শৰ্মাৰ বহু খিনি অবদান আছে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰিছে বিধায়ক গৰাকীয়ে ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি