শেহতীয়া খবৰ
পুনৰ বৃ্দ্ধিঃ ৰাজ্যত আকৌ ৫১গৰাকীৰ দেহত কোৰোনা... • হাতী-মানুহৰ সংঘাত: নাৰায়ণপুৰত হাহাকাৰ অৱস্থা… • মঙলদৈৰ অল্পনাৰ জীৱন সংগ্ৰামঃ বাৰীৰ কঁচু-ঢেকীয়া বিক্ৰী কৰি পোহপাল দিছে পিতৃ-মাতৃক... • জাজৰি উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ৰ কেন্দ্ৰত বহিঃৰাজ্যৰ পৰা অহা পৰা অহা ৮০লোকক কোৱাৰেণ্টাইন... • অৰুণাচল প্ৰদেশত পুনৰ বৃদ্ধি কোৰোনা ৰোগীৰ সংখ্যা... • নগাঁও চহৰত নিশা যুৱকৰ অস্বাভাৱিক মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা, আৰক্ষীৰ শূন্যলৈ গুলী চালনা... • মুপা আৰু মাইবাং ষ্টেচনৰ মাজত ব্যাহত ৰেল সেৱা... • বৰ্ণ বৈষম্যতা! আৰক্ষীৰ হাতত কৃষ্ণাংগৰ মৃত্যুক লৈ ট্ৰাম্প প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ হাজাৰ হাজাৰ জনতাৰ... • ওদালগুৰি অসামৰিক চিকিৎসালয়ৰ প্ৰথমটো স্বাস্থ্যকৰ্মীৰ দলক কোৱাৰেণ্টাইন... • নাৰায়ণপুৰৰ কোৱাৰেন্টাইন চেন্টাৰত উত্তপ্ত পৰিস্থিতি...VIDEO

উচ্চতম ন্যায়ালয়ৰ ৰায়দানে অযোধ্যা বিবাদৰ অন্ত পেলাইছেঃ চিয়া ধৰ্মগুৰু মৌলানা কালবে জাৱাদ

4,532
  • অযোধ্যা বিবাদ গোচৰৰ উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি চিয়া ধৰ্মগুৰু মৌলানা কালবে জাৱাদৰ।
  • ‘উচ্চতম ন্যায়ালয়ৰ ৰায়ক আমি বিনম্ৰভাৱে স্বীকাৰ কৰিছো।’
  • ‘মই ভগৱানক ধন্যবাদ জনাইছো এইকাৰণেই যে এই ৰায় মুছলমানসকলে আদৰি লৈছে।’
  • ‘মই ভাৱো অযোধ্যাৰ মন্দিৰ-মছজিদক লৈ যি বিবাদ, সেয়া এতিয়া অন্ত পৰিছে।’
  • ‘যদিও উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পুনৰ বিচাৰৰ বাবে মুছলিম পাৰ্ছনেল ল’ বোৰ্ডে আবেদন দাখিল কৰিব পাৰে।’
  • ‘সেয়া তেওঁলোকৰ অধিকাৰ।’
  • ‘কিন্তু এই বিষয়টো এতিয়া মাত্ৰ অন্ত পৰাটোৱেই মই কামনা কৰো।’
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি