উচ্চতম ন্যায়ালয়ৰ ৰায়দানে অযোধ্যা বিবাদৰ অন্ত পেলাইছেঃ চিয়া ধৰ্মগুৰু মৌলানা কালবে জাৱাদ

উচ্চতম ন্যায়ালয়ৰ ৰায়দানে অযোধ্যা বিবাদৰ অন্ত পেলাইছেঃ চিয়া ধৰ্মগুৰু মৌলানা কালবে জাৱাদ
  • অযোধ্যা বিবাদ গোচৰৰ উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি চিয়া ধৰ্মগুৰু মৌলানা কালবে জাৱাদৰ।
  • 'উচ্চতম ন্যায়ালয়ৰ ৰায়ক আমি বিনম্ৰভাৱে স্বীকাৰ কৰিছো।'
  • 'মই ভগৱানক ধন্যবাদ জনাইছো এইকাৰণেই যে এই ৰায় মুছলমানসকলে আদৰি লৈছে।'
  • 'মই ভাৱো অযোধ্যাৰ মন্দিৰ-মছজিদক লৈ যি বিবাদ, সেয়া এতিয়া অন্ত পৰিছে।'
  • 'যদিও উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পুনৰ বিচাৰৰ বাবে মুছলিম পাৰ্ছনেল ল' বোৰ্ডে আবেদন দাখিল কৰিব পাৰে।'
  • 'সেয়া তেওঁলোকৰ অধিকাৰ।'
  • 'কিন্তু এই বিষয়টো এতিয়া মাত্ৰ অন্ত পৰাটোৱেই মই কামনা কৰো।'

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in