দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দিক্ষীতৰ দেহাৱসান

দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দিক্ষীতৰ দেহাৱসান
  • দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেত্ৰী শীলা দিক্ষীতৰ দেহাৱসান।
  • শনিবাৰে বিয়লি ৩.৫৫ বজাত ইহলীলা সম্বৰণ কৰে কংগ্ৰেছ নেতৃগৰাকীয়ে।
  • হৃদৰোগত আক্ৰান্ত হৈ থকা শীলা দিক্ষীতক শুকুৰবাৰে ভৰ্তি কৰা হৈছিল ফৰ্টিছ এছক'ৰ্ট হাৰ্ট ইনষ্টিটিউটত।
  • ৮১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in