দেশৰ ৪৭সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত ল’লে ন্যায়াধীশ শাৰদ অৰবিন্দ ববডেই, চাওক VIDEO

দেশৰ ৪৭সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত ল’লে ন্যায়াধীশ শাৰদ অৰবিন্দ ববডেই, চাওক VIDEO
  • দেশৰ ৪৭সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত ল'লে ন্যায়াধীশ শাৰদ অৰবিন্দ ববডেই।
  • মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ স্থলাভিষিক্ত হ'ল ববডে।
  • ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে পাঠ কৰোৱালে শপত বাক্য।
  • ২০২১ চনৰ ২৩ এপ্ৰিললৈ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হৈ থাকিব ববডে।
  • ১৯৫৬ চনৰ ২৪ এপিলত নাগপুৰত জন্ম হৈছিল বোবডেৰ।
  • নাগপুৰৰে এছ এফ এছ কলেজৰ পৰা তেও বিএ পাছ কৰে।
  • ১৯৭৮ চনত নাগপুৰ বিশ্ববিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰী লাভ কৰে।
  • ১৯৭৮ চনৰে ১৩ ছেপ্তেম্বৰত অধিবক্তাৰ জীৱন আৰম্ভ কৰে তেঁও।
  • নাগপুৰ আদালততে প্ৰাৰম্ভিক কাম-কাজ শিকে।
  • এনেনেকৈয়ে নিজৰ কৰ্মদক্ষতাৰে চিনাকি মুখ হৈ পৰে শৰদ অৰবিন্দ বোবডে।
  • ২০০০ চনৰ ১৩ ছেপ্তেম্বৰত বম্বে হাইকৰ্টৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে তেওক নিযু্ক্তি দিয়া হয়।
  • ২০১২ চনৰ ১৬ অক্টোবৰত মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আৰু ২০১৩ চনত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয়।
  • অযোধ্যা বিবাদক লৈ গঠিত ৫জনীয়া বিচাৰপীঠৰ অন্যতম সদস্য আছিল ববডে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in