শেহতীয়া খবৰ
সুখবৰঃ ৰাজ্যত কোভিড-১৯ত আক্ৰান্ত ৪৪৯জন লোক হৈছে সুস্থ...  •  মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ৩ চিকিৎসকসহ কোৰোনাত নতুনকৈ আক্ৰান্ত ১৮ জন...  •  বৃহৎ নদীবান্ধ আৰু কৌশলেৰে এনএইচপিচিলৈ যন্ত্ৰাংশ কঢ়িওৱাৰ প্ৰতিবাদত হাৰমতীত নিশা আছুৰ টায়াৰ জ্বলাই প্ৰতিবাদ... VIDEO  •  মই অখিল গগৈৰ মাক, মাৰি পেলাওক তাক!  •  গুৱাহাটীত ঘৰে ঘৰে চলিব কোভিড টেষ্ট...  •  কোৰোনাৰ শংকাৰ মাজতেই কাৰাগাৰত অখিল গগৈৰ পাছত বিতু সোণোৱালো জ্বৰত আক্ৰান্ত হোৱাৰ খবৰ...  •  কোৰোনাৰ শংকাৰ মাজতেই কাৰাগাৰত অখিল গগৈৰ পাছত বিতু সোণোৱালো জ্বৰত আক্ৰান্ত হোৱাৰ খবৰ...  •  সোমবাৰৰ দৃশ্যঃ ৰে’লৰ পৰা নামি পলাল যাত্ৰী, গেলামালৰ দোকানত ভিৰ, ঘৰৰ চৌহদত মাছ-মাংসৰ বজাৰ...  •  অৱশেষত ছিগিল গোৱালপাৰাৰ জলেশ্বৰৰ বিধ্বস্ত নদীবান্ধ, ডেৰ শতাধিক ৰাজহ গাঁও ভীতিগ্ৰস্ত...  •  খবৰ পজিটিভ, হোমেন বৰগোঁহাঞিৰ শ্বাব টেষ্ট নিগেটিভ...

ক্ৰিকেটাৰ ছাহিদ আফ্ৰিদি আক্ৰান্ত হৈছে কোৰোনাত…

477
  • পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ ছাহিদ আফ্ৰিদি আক্ৰান্ত হৈছে কোৰোনাত।
  • এই কথা নিজে ৰাজহুৱা কৰিছে ক্ৰিকেটাৰগৰাকীয়ে।
  • টুইটাৰ যোগে সদৰি কৰিছে আক্ৰান্ত হোৱাৰ কথা।
  • সোনকালে সুস্থ হৈ উঠাৰ বাবে সকলোকে প্ৰাৰ্থনা কৰিবলৈ আহ্বান ক্ৰিকেটাৰগৰাকীৰ।
  • উল্লেখ্য যে, পাকিস্তানত ক্ৰমান্বয়ে বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা।
  • দেশখনত ১লাখ ৩৫হাজাৰো লোক আক্ৰান্ত হৈছে কোৰোনাত।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি