শেহতীয়া খবৰ
মাৰ্ঘেৰিটাস্থিত জিইএল চাৰ্চত উত্তপ্ত পৰিস্থিতি  •  নসত্ৰত এহেজাৰ গছপুলি ৰোপণ কৰি প্লাষ্টিক বৰ্জনৰ আহ্বান ভাৰতীয় ষ্টেট বেংকৰ  •  অসম সাহিত্য সভাৰ ৭৫সংখ্যক শুৱালকুছি অধিবেশনত বৃন্দাবনী বস্ত্ৰ প্ৰদৰ্শন কৰিবলৈ আহ্বান মৃণালিনী দেৱীৰ  •  বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিল বিধায়ক কাপ ক্ৰীড়া মহোৎসৱ-২০১৯, ঢকুৱাখনাৰ ক্ৰীড়া প্ৰতিভাক উজ্জীৱিত কৰাৰ প্ৰয়াস...  •  বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিল বিধায়ক কাপ ক্ৰীড়া মহোৎসৱ-২০১৯, ঢকুৱাখনাৰ ক্ৰীড়া প্ৰতিভাক উজ্জীৱিত কৰাৰ প্ৰয়াস...  •  টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ অভিনন্দন অনুষ্ঠান, বৃত্তিগতভাৱে সফল ব্যক্তি হোৱাৰ পূৰ্বে ভাল মানুহ হোৱাৰ আহ্বান...  •  নগাঁৱৰ টেঙাপানী বনভোজস্থলীত ভয়ংকৰ পৰিৱেশ, পানীৰ মাজত আবদ্ধ বিলাসী বাহন, VIDEO  •  হাউডী মোডী অনুষ্ঠানত উপস্থিত মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প...  •  চৌদী আৰৱৰ ৰাজকুমাৰৰ বিমানেৰে নিউয়ৰ্কত উপস্থিত পাক প্ৰধানমন্ত্ৰী ইমৰান খান...  •  হাউডী মোডীঃ হিউষ্টনৰ এন আৰ জি ষ্টেডিয়ামত উপস্থিত প্রধানমন্ত্ৰী মোডী... চাওঁক VIDEO

শ্বাহৰুখ খানলৈ ৰহস্যজনক ফোন! ভাইৰেল VIDEO

599

ডিজিটেল ডেস্কঃ বলিউডৰ জনপ্ৰিয় অভিনেতা শ্বাহৰুখ খানৰ এটা ভিডিঅ’ বৰ্তমান ছ’চিয়েল মিডিয়াতই ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দেখা গৈছে যে, অভিনেতাগৰাকীয়ে কোনো ব্যক্তিৰ সৈতে ম’বাইলত কথা পাতি আছে। আৰু ফোনৰ সিটো মূৰৰ ব্যক্তিজনে তেওঁক দিছে এক নতুন কাম।

এই ভিডিঅ’টো নেটফ্লিক্স ইণ্ডিয়াৰ টুইটাৰ একাউণ্টত শ্বেয়াৰ কৰা হৈছে। ভিডিঅ’টো টুইটাৰত আপলোড কৰাৰ পাছতেই ব্যাপক হাৰত ভাইৰেল হৈ পৰিছে। আৰু ভিডিঅ’টোৰ ৰহস্য ২২ আগষ্টত জানিব পৰা যাব বুলি এক ইংগিতো দিছে।

উল্লেখ্য যে, শ্বাহৰুখ খানে বৰ্তমান নেটফ্লিক্সত দুটা নতুন প্ৰজেক্টত কাম কৰি আছে। প্ৰথমটো প্ৰজেক্টটো হ’ল ‘বেটাল’ আৰু আনটো হ’ল ‘বৰ্ড অৱ ব’ল্ড’। সেয়েহে শ্বাহৰুখ খানৰ অনুগামীসকলে ২২ আগষ্টতহে জানিবলৈ পাব এই ফোন কলটো আচলতে কোনে আৰু কিয় কৰিছিল তেওঁ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি