লক্ষ্ণৌত পথ দুৰ্ঘটনা…

লক্ষ্ণৌত পথ দুৰ্ঘটনা…
  • লক্ষ্ণৌৰ বিভিন্ন স্থানত পথ দুৰ্ঘটনা সংঘটিত।
  • তীব্ৰ বেগত বলা বতাহৰ ফলত উভালি পৰে গছ-গছনি।
  • গছ-গছনি উভালি পৰাৰ ফলতেই সংঘটিত হয় দুৰ্ঘটনা।
  • বহু কেইখন বাহন দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত।
  • বৰ্তমানলৈ কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in