শেহতীয়া খবৰ
ৰাহুল গান্ধী-প্ৰিয়ংকা গান্ধীৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ বাবে আদালতত আবেদন…  •  চপাৰা-চপৰে খহা গাঁতৰ বাবে যাতায়তৰ অনুপযোগী নগাঁও-বটদ্রৱা সংযোগী পথঃ আগন্তুক দৌল মহোৎসৱৰ পূৰ্বে মেৰামতিৰ দাবী দল সংগঠনৰ  •  চামগুৰিত বনৰৌ উদ্ধাৰ  •  নাজিৰাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাইক ৰেলীত উত্তপ্ত পৰিস্থিতি, মন্ত্ৰীৰ কনভয়ৰ সন্মুখত ৰৈ প্ৰতিবাদ বিধায়ক দেৱব্ৰত শইকীয়াৰ...  •  চৰকাৰ আকোৰগোজ, আৰম্ভ কৰিবই ৰহাৰ টোলগেট! জাঙুৰ খাই উঠিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি, VIDEO  •  দিল্লীৰ ৰাজপথত বন্দুক টোঁৱাই সন্ত্ৰাস চলোৱা কোন এই শ্বাহৰুখ…  •  ভুল তথ্য দাখিল গোচৰত দিল্লীৰ উপ মুখ্যমন্ত্ৰী মণীষ চিছোদিয়ালৈ উচ্চ ন্যায়ালয়ৰ জাননী…  •  ন’ পাৰ্কিঙত ৰখোৱা বিধায়কৰ গাড়ীত হুইল ক্লেম ল’ক লগোৱা বিষ্ণু বৰাক প্ৰশংসা আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ  •  কৃষ্ণাইত ট্ৰেক্টৰ-ডাম্পাৰৰ দৌৰাত্ম্য, আৰক্ষীৰ ৰহস্যজনক ভূমিকা  •  ইটানগৰত ১২ ঘন্টীয়া বন্ধৰ সময়ত হিংসাত্মক ঘটনা, প্ৰতিবাদকাৰীয়ে ভাঙিলে কেবাখনো বিলাসী বাহনৰ গ্লাছ...

ইন্দোৰত প্ৰতিবাদ, আটক কেইবাজনো বিজেপি নেতাক…

175

ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ ইন্দোৰত ১৪৪ ধাৰা জাৰি থকাৰ পাছতো প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে প্ৰাক্তন লোকসভাৰ অধ্যক্ষ সুমিত্ৰা মহাজনসহ বহু কেইজন বিজেপি নেতাক শুকুৰবাৰে আটক কৰে আৰক্ষীয়ে। আটক কৰা সকলৰ ভিতৰত মধ্যপ্ৰদেশ বিজেপিৰ সভাপতি ৰাকেশ সিঙো আছে।

উল্লেখ্য যে, ইন্দোৰৰ কালেক্টটাৰৰ কাৰ্যালয়ৰৰ বাহিৰত বিজেপি নেতা-নেত্ৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰি থকা সময়তে আৰক্ষীয়ে আহি তেওঁলোকক আটক কৰে। উল্লেখ্য যে, কৃষকে উৎপাদিত সামগ্ৰীৰ উচিত মূল্য নোপোৱা আৰু নিবনুৱাসকলে ভাট্টা লাভ নকৰাৰ বিৰুদ্ধে বিজেপিয়ে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি