দুৰ্ঘটনাত পতিত যাত্ৰীবাহী বাছ, থিতাতে নিহত ৭…

দুৰ্ঘটনাত পতিত যাত্ৰীবাহী বাছ, থিতাতে নিহত ৭…
  • শনিবাৰৰ পুৱাই ওড়িশ্যাৰ গঞ্জমত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা।
  • ছুৰটৰ গঞ্জমত দুৰ্ঘটনাত পতিত এখন যাত্ৰীবাহী বাছ।
  • বাছখনত খুন্দা মাৰে এখন তীব্ৰবেগী ট্ৰাকে।
  • এই দুৰ্ঘটনাত নিহত ৭জনকৈ লোক আৰু আহত আন ৭জন।
  • যাত্ৰীবাহী বাছখন ওড়িশ্যাৰ পৰা গুজৰাটৰ ছুৰট অভিমুখে গৈ আছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in