শেহতীয়া খবৰ
নগাঁৱৰ বৰ্ন্যাতৰ কাষত ফটোগ্ৰাফাৰ এছ’চিয়েচন....  •  পশ্চিম গাৰো পাহাৰত পুনৰ ভূমিস্খলন...  •  বানপানীৰ স্থায়ী সমাধানৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত পি আই এল...  •  মহানগৰীত মৰফিনসহ এজনক আটক...  •  ইউক্ৰেইনৰ জনবহুল এলেকাত ৰাছিয়াৰ মিছাইল আক্ৰমণঃ নিহত ১০, ৪০ ৰো অধিক আহত...  •  বাণিজ্যত চতুৰ্থ আৰু ষষ্ঠ স্থানেৰে উজলিল গোৱালপাৰাৰ প্ৰিয়াক্ষী ঘোষ আৰু মৃণাল ৰয়...  •  কৃতি শিক্ষক মাধুৰ্য বৰাৰ মৃত্যুত নগাঁৱত শোকৰ ছাঁ...  •  ৰাজধানীৰ 'কেৱ' চালকৰ কন্যা অৰ্পিতাৰ সাফল্য...  •  CPI(M)ৰ প্ৰতিবাদঃ ধনশিৰি মহকুমাধিপতিৰ যোগদি মুখ্যমন্ত্ৰীলৈ ৯ দফীয়া স্মাৰক পত্ৰ প্ৰেৰণ...  •  নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত UPSC,APSC, IFS ৰ সন্দৰ্ভত কৰ্মশালা...

ইন্সুৰেঞ্চ ৰেগুলেটৰী এণ্ড ডেভলপমেণ্ট অৰ্থৰিটি অফ ইণ্ডিয়াৰ অধ্যক্ষ পদত দেৱাশীষ পাণ্ডেক নিযুক্তি

ডিজিটেল ডেস্কঃ প্ৰাক্তন আই এ এছ বিষয়া দেৱাশীষ পাণ্ডেক ইন্সুৰেঞ্চ ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটি অফ ইণ্ডিয়া চমুকৈ IRDAI ৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। উল্লেখযোগ্য যে, পাণ্ডা পূৰ্বতে বিত্ত মন্ত্ৰণালয়ৰ সচিব হিচাপে কৰ্মৰত আছিল। এপইণ্টমেণ্ট কমিটী অফ কেবিনেট চমুকৈ ACCএয়ে পাণ্ডাক এই গুৰুত্বপূৰ্ণ পদত নিযুক্তিৰ বাবে অনুমোদন জনাই শুকুৰবাৰে। তেওঁৰ কাৰ্যকাল হ’ব ৩ বছৰ।

উত্তৰ প্ৰদেশৰ ১৯৮৭ বেটছৰ আই এ এছ কেডাৰগৰাকীয়ে চলিত বৰ্ষৰ জানুৱাৰীত অৱসৰ গ্ৰহণ কৰিছিল। উল্লেখযোগ্য যে, শুভাষ চন্দ্ৰ কুণ্টিয়াই এই পদৰ পৰা অৱসৰ লোৱাৰ পিছত যোৱা ৯ মাহ ধৰি পদটো খালী হৈ আছিল।