Published on:
Updated on:
- মহিলাক লৈ আজম খানৰ বিতৰ্কিত মন্তব্য সন্দৰ্ভত জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী শীলা দিক্ষীতৰ প্ৰতিক্ৰিয়া।
- বিনা চৰ্তেই ক্ষমা খুজিব লাগে আজম খানে।
- এনে মন্তব্য মহিলাৰ বিৰুদ্ধে অতি দুৰ্ভাগ্যজনক।
- তেওঁৰ বিৰুদ্ধে গ্ৰহণ কৰিব লাগে বিহিত ব্যৱস্থা।
Code:
Asomiya Pratidin
www.asomiyapratidin.in