শেহতীয়া খবৰ
ৰঞ্জন দৈমাৰীৰ জামিন আবেদন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ...  •  ২৩ মাৰ্চলৈ পিছুওৱা হৈছে দিল্লীৰ শ্বাহীন বাগৰ পৰা প্ৰতিবাদকাৰীক আতৰোৱাৰ প্ৰসংগত উচ্চতম ন্যায়ালয়ৰ শুনানিৰ দিন  •  পথৰ পৰা যাত্ৰীসহ নদীত পৰিলগৈ বাছ, বৰ্তমানেও পানীত আবদ্ধ বাছখনৰ কেবাজনো লোকৰ মৃত্যুৰ আশংকা...  •  দিল্লীত 'কা' বিৰোধী প্ৰতিবাদৰ নামত হিংসাত্মক ঘটনা, নিহতৰ সংখ্যা ২০লৈ বৃদ্ধি...  •  পিতৃ ৰাহুল দ্ৰাবিড়ৰ দৰেই খেলপথাৰত উজ্বলিছে সুমিত, ১৪৪ বলত দ্বি শতক অৰ্জন...  •  পিতৃ ৰাহুল দ্ৰাবিড়ৰ দৰেই খেলপথাৰত উজ্বলিছে সুমিত, ১৪৪ বলত দ্বি শতক অৰ্জন...  •  ওড়িশ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কক ৮ম বাৰৰ বাবে বিজু জনতা দলৰ সভাপতি নিৰ্বাচিত  •  দিল্লীত প্ৰতিবাদকাৰীক বাধা দিবলৈ গৈ প্ৰাণ হেৰুওৱা হেড কনিষ্টবল ৰতন লালক শ্বহীদ ঘোষণাৰ দাবীত প্ৰতিবাদ...  •  দিল্লীৰ হিংসাত্মক ঘটনা নিয়ন্ত্ৰণলৈ অনাৰ দায়িত্ব প্ৰদান অজিত ডোভালক...  •  দিল্লীত অনুষ্ঠিত হৈছে কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক...

হত্যা কৰা হ’ব ভাৰতীয় ক্ৰিকেট দলক! ভাবুকিৰ পাচত নিৰাপত্তা বৃদ্ধি…

3,581
  • ভাৰতীয় ক্ৰিকেট দলক ভাবুকি
  • ৱেষ্ট ইণ্ডিজ ভ্ৰমণত থকা টীম ইণ্ডিয়াৰ নিৰাপত্তা বৃদ্ধি।
  • এই ভাবুকিক গুৰুত্ব সহকাৰে ললে বি চি চি আইয়ে।
  • গৃহ মন্ত্ৰনালয়ক লগে লগে অৱগত কৰিলে বিষয়টো।
  • অতিৰিক্ত নিৰাপত্তাৰক্ষীৰ ব্যৱস্থা কৰা হৈছে টীম ইণ্ডিয়াৰ প্ৰতিজন সদস্যৰ।
  • অজ্ঞাত উৎসৰ পৰা আহিছিল এই ভাবুকি।
  • টীম ইণ্ডিয়া খেলুৱৈক হত্যাৰ দিছিল ভাবুকি।
  • বি চি চি আইৰ সুত্ৰমতে, এয়া আছিল ভুৱা খবৰ।
  • তথাপিও নিৰাপত্তা অতিৰিক্ত ব্যৱস্থা কৰা হৈছে প্ৰতিজন খেলুৱৈৰ বাবে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি