হত্যা কৰা হ’ব ভাৰতীয় ক্ৰিকেট দলক! ভাবুকিৰ পাচত নিৰাপত্তা বৃদ্ধি…

হত্যা কৰা হ’ব ভাৰতীয় ক্ৰিকেট দলক! ভাবুকিৰ পাচত নিৰাপত্তা বৃদ্ধি…
  • ভাৰতীয় ক্ৰিকেট দলক ভাবুকি
  • ৱেষ্ট ইণ্ডিজ ভ্ৰমণত থকা টীম ইণ্ডিয়াৰ নিৰাপত্তা বৃদ্ধি।
  • এই ভাবুকিক গুৰুত্ব সহকাৰে ললে বি চি চি আইয়ে।
  • গৃহ মন্ত্ৰনালয়ক লগে লগে অৱগত কৰিলে বিষয়টো।
  • অতিৰিক্ত নিৰাপত্তাৰক্ষীৰ ব্যৱস্থা কৰা হৈছে টীম ইণ্ডিয়াৰ প্ৰতিজন সদস্যৰ।
  • অজ্ঞাত উৎসৰ পৰা আহিছিল এই ভাবুকি।
  • টীম ইণ্ডিয়া খেলুৱৈক হত্যাৰ দিছিল ভাবুকি।
  • বি চি চি আইৰ সুত্ৰমতে, এয়া আছিল ভুৱা খবৰ।
  • তথাপিও নিৰাপত্তা অতিৰিক্ত ব্যৱস্থা কৰা হৈছে প্ৰতিজন খেলুৱৈৰ বাবে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in