ৰাম ৰহিমৰ প্ৰাক্তন দেহৰক্ষীৰ আত্মহত্যাক লৈ ৰহস্য

ৰাম ৰহিমৰ প্ৰাক্তন দেহৰক্ষীৰ আত্মহত্যাক লৈ ৰহস্য

ডিজিটেল ডেস্কঃ ভণ্ড বাবা গুৰমিত ৰাম ৰহিমৰ এসময়ৰ দেহৰক্ষী তথা হাৰিয়ানা আৰক্ষীৰ প্ৰাক্তন জোৱান শংকৰ মান্দোৰীয়ে বুধবাৰে চিৰচাৰ বাসগৃহত আত্মহত্যা কৰে৷

উল্লেখ্য যে, পঞ্চকুলা কাণ্ডৰ পিছতে শংকৰ মান্দোৰীক হাৰিয়ানা আৰক্ষীৰ পৰা নিলম্বিত কৰা হৈছিল৷ ইয়াৰ পিছতে ৰাম ৰহিমৰ প্ৰাক্তন দেহৰক্ষীগৰাকীয়ে আত্মহত্যা কৰাৰ ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in