স্বাধীনতা দিৱসৰ পূৰ্বে ৰে’ল ষ্টেচনত আৰক্ষী-নিৰাপত্তাৰক্ষীৰ তালাচী অভিযান…

স্বাধীনতা দিৱসৰ পূৰ্বে ৰে’ল ষ্টেচনত আৰক্ষী-নিৰাপত্তাৰক্ষীৰ তালাচী অভিযান…
  • স্বাধীনতা দিৱসৰ বাবে সাজু হৈছে সমগ্ৰ দেশ আৰু দেশবাসী।
  • ৭৩ তম স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ ভিন্ন প্ৰান্তত কটকটীয়া কৰা হৈছে নিৰাপত্তা বেষ্টনী।
  • অসমতো নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে।
  • বুধবাৰে গুৱাহাটীৰ ৰেল ষ্টেচনত আৰক্ষীয়ে চলাই অভিযান।
  • স্নীফাৰ ড'গ লৈ আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে চলাই অভিযান।
  • স্বাধীনতা দিৱস উদযাপনত সৰ্বসাধাৰণ ৰাইজে যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰবাবে অভিযান চলাই আৰক্ষী-নিৰাপত্তাৰক্ষীয়ে।
  • ইফালে, মুম্বাইৰ ৰেল ষ্টেচনসমূহতো আৰক্ষীয়ে চলাইছে অভিযান।
  • ৰেল ষ্টেচনতো আৰ পি এফে বুধবাৰে স্নীফাৰ ড'গ লৈ চলালে তালাচী অভিযান।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in