শেহতীয়া খবৰ
অৱশেষত আত্মসমৰ্পণ কৰিলে দীৰ্ঘদিনে পলাই ফুৰা এচিএছ বিষয়া নবাৰুন ভট্টাচাৰ্যই  •  বঙাইগাঁৱত খেদি খেদি দাৰে কাটি হত্যা এজনক  •  তৃতীয়খন টেষ্ট মেচত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ইংলেণ্ডৰ জয়  •  নলবাৰীত ৰমেশ চন্দ্ৰ শৰ্মাৰ স্মৃতিচাৰণ-গ্ৰন্থ উন্মোচনী সভা  •  অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰি নহয়! ধনদাবী কৰি ৰঙাঘৰত সোমাল জাতীয় সংগঠনৰ নেতা  •  সৰুপথাৰত প্ৰাণতোষ দাস সোঁৱৰণী বক্তৃতা প্ৰতিযোগিতা সম্পন্ন  •  মা, এয়া তোমাৰ জন্মদিনৰ উপহাৰ...  •  অভয়াপুৰীৰ কাকৈজানাত পথ দুৰ্ঘটনাত নিহত শিক্ষক  •  আগন্তুক বিটিএডি নিৰ্বাচনত শক্তিশালীভাৱে অৱতীৰ্ণ হ'ব বিজেপিঃ ওদালগুৰিত বিজেপিৰ ৰাজ্যিক সম্পাদক কিশোৰ উপাধ্যায়  •  বান্দৰদেৱাত ভাড়াঘৰত উদ্ধাৰ হেৰ’ইন, পলাতক মুল অভিযুক্ত...

স্বাধীনতা দিৱসৰ পূৰ্বে ৰে’ল ষ্টেচনত আৰক্ষী-নিৰাপত্তাৰক্ষীৰ তালাচী অভিযান…

98
  • স্বাধীনতা দিৱসৰ বাবে সাজু হৈছে সমগ্ৰ দেশ আৰু দেশবাসী।
  • ৭৩ তম স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ ভিন্ন প্ৰান্তত কটকটীয়া কৰা হৈছে নিৰাপত্তা বেষ্টনী।
  • অসমতো নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে।
  • বুধবাৰে গুৱাহাটীৰ ৰেল ষ্টেচনত আৰক্ষীয়ে চলাই অভিযান।
  • স্নীফাৰ ড’গ লৈ আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে চলাই অভিযান।
  • স্বাধীনতা দিৱস উদযাপনত সৰ্বসাধাৰণ ৰাইজে যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰবাবে অভিযান চলাই আৰক্ষী-নিৰাপত্তাৰক্ষীয়ে।
  • ইফালে, মুম্বাইৰ ৰেল ষ্টেচনসমূহতো আৰক্ষীয়ে চলাইছে অভিযান।
  • ৰেল ষ্টেচনতো আৰ পি এফে বুধবাৰে স্নীফাৰ ড’গ লৈ চলালে তালাচী অভিযান।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি