নগালেণ্ডত বৃহৎ অস্ত্ৰ-শস্ত্ৰসহ আটক এজনক…

নগালেণ্ডত বৃহৎ অস্ত্ৰ-শস্ত্ৰসহ আটক এজনক…
  • নগালেণ্ডৰ পেৰেণত নিৰাপত্তাৰক্ষীয়ে আটক কৰে এজন অস্ত্ৰ সৰবৰাহকাৰী।
  • পেৰেণৰ লিলেন গাঁৱত আটক কৰে সৰবৰাহকাৰীজনক।
  • নিৰাপত্তাৰক্ষীয়ে লগতে জব্দ কৰে বহু অস্ত্ৰ-শস্ত্ৰ।
  • জব্দ কৰা অস্ত্ৰসমূহৰ ভিতৰত আছে- তিনিটা ১২ ব'ৰ ৰাইফল, পইন্ট ২২ লাইভ ৰাউণ্ড, ৮টা ১২ ব'ৰ লাইভ ৰাউণ্ড।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in