শেহতীয়া খবৰ
চিলাপথাৰ-জোনাইত বানত বিধ্বস্ত বিদ্যুৎ সংযোগী খুটা, ব্যাহত বিদ্যুৎ সেৱা...  •  নৱেম্বৰত শুভাৰম্ভ হ’ব লখিমপুৰ মেডিকেল কলেজৰ, স্বাস্থ্য শিক্ষা আৰম্ভ কৰিবলৈ প্ৰস্তুতি তুংগত...  •  কোৰোনা বিৰোধী যুঁজত দেশৰ কিমানগৰাকী চিকিৎসকে হেৰুৱালে প্ৰাণ...  •  সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থাৰ সংবাদমেল...  •  দেশৰ ৫০টা ৰেল ষ্টেচন ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিয়াৰ বাবে ৰেল মন্ত্ৰণালয়ৰ প্ৰস্তুতি...  •  আধাৰ কেন্দ্ৰত কোভিডৰ প্ৰট'কল ভংগঃ নাই সামাজিক দুৰত্ব, নাই মাস্ক...  •  জম্মু-কাশ্মীৰত চলোৱা অভিযানৰ বাবে দোষী ভাৰতীয় সেনা জোৱান! তদন্তৰ নিৰ্দেশ...  •  দৰঙত জাৰি ১৪৪ ধাৰা...  •  ঝাৰখণ্ডত আৰক্ষী-প্ৰতিবাদকাৰীৰ সংঘৰ্ষ, VIDEO  •  ধেমাজি জলসম্পদ বিভাগৰ গাফিলতি বাবেই ছিগিল ৰতুৱা মথাউৰি!...

নগালেণ্ডত বৃহৎ অস্ত্ৰ-শস্ত্ৰসহ আটক এজনক…

310
  • নগালেণ্ডৰ পেৰেণত নিৰাপত্তাৰক্ষীয়ে আটক কৰে এজন অস্ত্ৰ সৰবৰাহকাৰী।
  • পেৰেণৰ লিলেন গাঁৱত আটক কৰে সৰবৰাহকাৰীজনক।
  • নিৰাপত্তাৰক্ষীয়ে লগতে জব্দ কৰে বহু অস্ত্ৰ-শস্ত্ৰ।
  • জব্দ কৰা অস্ত্ৰসমূহৰ ভিতৰত আছে- তিনিটা ১২ ব’ৰ ৰাইফল, পইন্ট ২২ লাইভ ৰাউণ্ড, ৮টা ১২ ব’ৰ লাইভ ৰাউণ্ড।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি