কোভিড সংক্ৰমন ৰোধ কৰিবলৈ বিশ্বনাথ জিলাত ১৪৪ ধাৰা জাৰি…

কোভিড সংক্ৰমন ৰোধ কৰিবলৈ বিশ্বনাথ জিলাত ১৪৪ ধাৰা জাৰি…
  • বিশ্বনাথ জিলাত ১৪৪ ধাৰা জাৰি ।
  • কোভিডৰ সংক্ৰমন ৰোধ কৰিবলৈ জিলা প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা ।
  • সমাজিক দুৰত্ব,মাস্ক পিন্ধা বাধ্যতামূলক কৰিলে জিলা প্ৰশাসনে ।
  • মঙলবাৰে শিৱসাগৰ জিলাত জাৰি কৰা হৈছিল ১৪৪ ধাৰা ।
  • দেশত বৃদ্ধি হৈছে কোভিডৰ সংক্ৰমন ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in