কোৰোনাৰ সন্ত্ৰাসৰ প্ৰতি লক্ষ্য ৰাখি ক’ত জাৰি হ’ল ১৪৪ ধাৰা…

কোৰোনাৰ সন্ত্ৰাসৰ প্ৰতি লক্ষ্য ৰাখি ক’ত জাৰি হ’ল ১৪৪ ধাৰা…
  • কোৰোনাতংকৰ মাজতে মুম্বাইত ১৪৪ ধাৰা জাৰি।
  • মুম্বাইৰ আৰক্ষী আয়ুক্ত প্ৰণয়া অশোকে সদৰি কৰিছে এই কথা।
  • সমগ্ৰ মুম্বাইতে জাৰি কৰা হৈছে ১৪৪ ধাৰা।
  • এই সময়চোৱাত অকাৰণতে কোন লোক ঘৰৰ পৰা বাহিৰলৈ ওলাই আইন অমান্য কৰিলে শাস্তিৰ সন্মুখীন হ'ব।
  • কোৰোনা ভাইৰাছৰ সন্ত্ৰাস মুম্বাইত ক্ৰমাৎ বাঢ়ি আহিছে।
  • এই সময়চোৱাতো বহুলোক বাহিৰলৈ ওলাই অহা দেখিবলৈ পোৱা গৈছে।
  • সেইবাবে ১৪৪ ধাৰা জাৰি কৰা হৈছে।
  • উল্লেখ্য যে, দেশৰ বিত্তীয় ৰাজধানীখনত এতিয়ালৈকে কোৰোনাত আক্ৰান্ত হৈছে ৭৭,৬৫৮ গৰাকী লোক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in