সাৱধানঃ ভাৰতৰ আৰু এজন ব্যক্তিৰ দেহত কোৰোনা ভাইৰাছৰ অৱস্থিতি…

সাৱধানঃ ভাৰতৰ আৰু এজন ব্যক্তিৰ দেহত কোৰোনা ভাইৰাছৰ অৱস্থিতি…
  • চীনত সন্ত্ৰাস সৃষ্টি কৰা কোৰোনা ভাইৰাছে ইতিমধ্যে প্ৰৱেশ কৰিছে ভাৰতত।
  • কেৰালাত পোৱা গৈছে এই ভাইৰাছত আক্ৰান্ত এজন লোকক।
  • শেহতীয়াকৈ সকলো পৰীক্ষা-নিৰীক্ষাৰ অন্তত লোকজনৰ দেহত পোৱা গৈছে কোৰোনা ভাইৰাছৰ অৱস্থিতি।
  • জানিব পৰা মতে, কিছুদিনৰ পূৰ্বে চীন ভ্ৰমণ কৰিছিল লোকজনে।
  • বৰ্তমান কেৰালাৰ এখন চিকিৎসালয়ত আচুতীয়া কক্ষত ৰাখি চিকিৎসা চলাই আছে চিকিৎসকৰ দলে।
  • উল্লেখ্য যে, ভাৰতত কোৰোনা ভাইৰাছৰ অৱস্থিতি কেৰালাৰ এজন ব্যক্তিৰ দেহতে প্ৰথমে ধৰা পৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in