শেহতীয়া খবৰ
NIAৰ আদালতত ছাত্ৰ মুক্তিৰ কাৰ্যকৰী সভাপতি মানস কোঁৱৰৰ জামিন...  •  বলিউদৰ মোহময়ী অভিনেত্ৰীৰ অকাল মৃত্যু...  •  অসম-নগালেণ্ড সীমান্তত নগাৰ দপদপনিঃ নগা আৰক্ষীয়ে প্ৰহাৰ কৰিলে অসমৰ যুৱকক...  •  দিল্লীত থাকি কংগ্ৰেছৰ পাইলটে চলাইছে বিজেপি গমনৰ যো জা!...  •  ৰাজ্যত পুনৰ ৭৩৫জনৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ...  •  বিহপুৰীয়াৰ ৫ শতাধিক পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ বিজেপি নেতা অমিয় ভূঞাৰ...  •  দিশপুৰ মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৱেব সন্মিলন অনুষ্ঠিত...  •  ছিকিমৰ মংগনত খহি পৰিল ৪ মহলীয়া অট্টালিকা... VIDEO  •  জু-ৰোডৰ আকাশী পথৰ এটা বাসগৃহত অগ্নি সংযোগ দুৰ্বৃত্তৰ...  •  ডাকঘৰ স্তব্ধঃ সদৰ কাৰ্যালয়, বিমানঘাটি, ষ্টেচনত পচিছে পাৰ্চেল-চিঠি-পত্ৰ, ক্ষুদ্ৰ সঞ্চয়ত মাধমাৰ...

সাৱধানঃ ভাৰতৰ আৰু এজন ব্যক্তিৰ দেহত কোৰোনা ভাইৰাছৰ অৱস্থিতি…

1,142
  • চীনত সন্ত্ৰাস সৃষ্টি কৰা কোৰোনা ভাইৰাছে ইতিমধ্যে প্ৰৱেশ কৰিছে ভাৰতত।
  • কেৰালাত পোৱা গৈছে এই ভাইৰাছত আক্ৰান্ত এজন লোকক।
  • শেহতীয়াকৈ সকলো পৰীক্ষা-নিৰীক্ষাৰ অন্তত লোকজনৰ দেহত পোৱা গৈছে কোৰোনা ভাইৰাছৰ অৱস্থিতি।
  • জানিব পৰা মতে, কিছুদিনৰ পূৰ্বে চীন ভ্ৰমণ কৰিছিল লোকজনে।
  • বৰ্তমান কেৰালাৰ এখন চিকিৎসালয়ত আচুতীয়া কক্ষত ৰাখি চিকিৎসা চলাই আছে চিকিৎসকৰ দলে।
  • উল্লেখ্য যে, ভাৰতত কোৰোনা ভাইৰাছৰ অৱস্থিতি কেৰালাৰ এজন ব্যক্তিৰ দেহতে প্ৰথমে ধৰা পৰিছিল।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি