বিসংগতিৰে আৰম্ভ দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ

বিসংগতিৰে আৰম্ভ দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ
  • দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনতো বিসংগতি।
  • ভোটাৰ তালিকাত অহা নাই বহু ভোটাৰৰ নাম।
  • হাতীধুৰা জিলা পৰিষদৰ অধীনস্থ কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰত নাম নাই শতাধিক ভোটাৰৰ।
  • ইয়াকে লৈ ৮০ নং বেলাপাৰা ভোটগ্ৰহণ কেন্দ্ৰত উত্তেজনা।
  • ভোটগ্ৰহণ কেন্দ্ৰটোৰ ভোটাৰ তালিকাত নাম নাই ১২০ জন ভোটাৰৰ।
  • ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়া ভোটাৰসকলৰ মাজত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in