ৰাজ্যৰ দল–সংগঠনক বন্ধ নিদিবলৈ আহ্বান ছেবাৰ

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰাকক্ষণত ৰাজ্যত ধাৰাবাহিক প্ৰতিবাদক লৈ উদ্বিগ্ন হৈ পৰিছে ছেবা।
  • হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়ত দল–সংগঠনক বন্ধ নিদিবলৈ আহ্বান ছেবাৰ।
  • বন্ধৰ বাবে বহু স্থানত আৱদ্ধ হৈ আছে ব্যৱহাৰিক বিষয়ৰ পৰীক্ষাৰ উত্তৰ বহী কঢ়িওৱা ট্ৰাক।
  • ২২ আৰু ২৪ জানুৱাৰীত অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ব্যৱহাৰিক বিষয়ৰ পৰীক্ষা।
  • ৰাজ্যৰ দল–সংগঠনক বন্ধ নিদিবলৈ আহ্বান জনালে ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰক নয়ন জ্যোতি শৰ্মাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in