কমিটীৰ বৈঠকত চূড়ান্ত নহ’ল সিদ্ধান্ত, ৭ দিনৰ ভিতৰত চৰকাৰক দিব প্ৰতিবেদন…

কমিটীৰ বৈঠকত চূড়ান্ত নহ’ল সিদ্ধান্ত, ৭ দিনৰ ভিতৰত চৰকাৰক দিব প্ৰতিবেদন…
  • ছেবাৰ কাৰ্যালয়ত অনুষ্ঠিত উচ্চস্তৰীয় কমিটীৰ বৈঠক সমাপ্ত।
  • আজিৰ এই বৈঠকতো চূড়ান্ত নহ'ল কমিটীৰ সিদ্ধান্ত।
  • বৈঠকৰ অন্তত অধ্যক্ষ ড০ অলক কুমাৰ বুঢ়াগোঁহাইৰ সংবাদমেল।
  • সংবাদমেল সম্বোধন কৰি ড০ অলক কুমাৰ বুঢ়াগোঁহাইয়ে কয়-
  • 'তথ্যৰ ওপৰত মূল্যাংকন কৰা হ'ব পৰীক্ষাৰ্থীসকলক।'
  • 'বৈজ্ঞানিক আৰু তথ্যভিত্তিক ৰূপ ৰেখাৰে মূল্যাংকন কৰা হ'ব।'
  • '৭ দিনৰ ভিতৰত চৰকাৰক দাখিল কৰা হ'ব প্ৰতিবেদন।'
  • পূৰ্বৰ পৰীক্ষাৰ নম্বৰৰ ভিত্তিত মূল্যাংকনৰ ইংগিত প্ৰদান কৰা হয় এই সংবাদমেলখনত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in