ছেবাৰ নতুন সচিবৰ দায়িত্ব গ্ৰহণ

ছেবাৰ নতুন সচিবৰ দায়িত্ব গ্ৰহণ

ডিজিটেল ডেস্কঃ অসম মাধ্যমিক শিক্ষা পৰিষদৰ নতুন সচিব হিচাপে দায়িত্ব গ্ৰহণ কৰিছে সুৰঞ্জনা সেনাপতিয়ে। বুধবাৰে সেনাপতিয়ে পৰিষদৰ সচিবৰূপে দায়িত্ব লয়।

উল্লেখযোগ্য যে, পৰীক্ষা অনুষ্ঠিত কৰাক লৈ বিতৰ্কৰ মাজত সোমাই পৰা অসম মাধ্যমিক শিক্ষা পৰিষদৰ নতুন সচিবগৰাকীয়ে এনে বেমেজালি নিৰ্মূল কৰাৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in