কেনেদৰে চলিছে দুৰ্ঘটনাত পতিত বিমানৰ ধ্বংসাৱশেষ উদ্ধাৰৰ অভিযান, চাওক VIDEO

কেনেদৰে চলিছে দুৰ্ঘটনাত পতিত বিমানৰ ধ্বংসাৱশেষ উদ্ধাৰৰ অভিযান, চাওক VIDEO

  • অৰুণাচলত দুৰ্ঘটনাত পতিত বিমানৰ ধ্বংসাৱশেষ উদ্ধাৰৰ অভিযান অব্যাহত।
  • অত্যাধুনিক হেলিকপ্টাৰযোগে চলোৱা হৈছে এই অভিযান।
  • সামৰিক বাহিনী, নৌ সেনা আৰু পৰ্বতাৰোহীয়ে চলাইছে এই অভিযান।
  • মঙলবাৰে সন্ধান পোৱা গৈছিল ভাৰতীয় বায়ু সেনাৰ এএন-৩২ বিমানখনৰ ধ্বংসাৱশেষৰ।
  • অৰুণাচলৰ ইষ্ট চিয়াং জিলাৰ লাইপু অঞ্চলৰ দুৰ্গম বনাঞ্চলত দুৰ্ঘটনাত পতিত হৈছিল বিমানখন।
  • ৩ জুনতে সন্ধানহীন হৈছিল এএন-৩২ বিমানখন।
  • বিমানখনৰ ভিতৰত আছিল ৮ ক্ৰু মেম্বাৰ আৰু ৫ জন যাত্ৰী।
  • চাওক উদ্ধাৰ অভিযানৰ ভিডিঅ'-

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in