শেহতীয়া খবৰ
চণ্ডিগড়ৰ ৰাজপথত কোন এই যুৱতী, যুৱকক কৰিলে...  •  ১ লাখ ২ হাজাৰ ৪৬২ জন লোকৰ নাম অন্তৰ্ভূক্তিৰে প্ৰকাশ পালে এন আৰ চিৰ অতিৰিক্ত কৰ্তন তালিকা, সবিশেষ খবৰ...  •  মুজাফ্ফৰপুৰত একিউট এনকেফেলাইটিছ ছিণ্ড্ৰমত আক্ৰান্ত হৈ মৃত্যু হোৱা শিশুৰ সংখ্যা ১৩২ জনলৈ বৃদ্ধি  •  এছ ইউ ভি বাহনে মহতিয়াই নিলে পদপথত শুই থকা লোকক, নিহত ৩ শিশুসহ ৪জন  •  পথ দুৰ্ঘটনাত মন্ত্ৰী পুত্ৰসহ নিহত ৩  •  শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ প্ৰস্তুতি তুংগত  •  কিছু সময়ৰ পিছতে প্ৰকাশ পাব এন আৰ চিৰ অতিৰিক্ত কৰ্তন তালিকা  •  মন্ত্ৰী নৱ দলেৰ গৃহ পঞ্চায়তত কৃষি বান্ধৰ দুৰ্নীতি, ২০ লাখৰ ঠাইত খৰচ নকৰিলে ১০ হাজাৰো, কাম নকৰাকৈয়ে সৰকালে ৮.৮০ লাখ টকা  •  ড° অনামিকা ৰায় সোঁৱৰণী ন্যাসৰ উদ্যােগত ৰোগীৰ অধিকাৰ দিৱস উদযাপন  •  ক্ৰিকেট বিশ্বকাপত অষ্ট্ৰেলিয়াৰ সন্মুখত শিৰণত আয়োজক দেশ ইংলেণ্ড

কেনেদৰে চলিছে দুৰ্ঘটনাত পতিত বিমানৰ ধ্বংসাৱশেষ উদ্ধাৰৰ অভিযান, চাওক VIDEO

1,011
  • অৰুণাচলত দুৰ্ঘটনাত পতিত বিমানৰ ধ্বংসাৱশেষ উদ্ধাৰৰ অভিযান অব্যাহত।
  • অত্যাধুনিক হেলিকপ্টাৰযোগে চলোৱা হৈছে এই অভিযান।
  • সামৰিক বাহিনী, নৌ সেনা আৰু পৰ্বতাৰোহীয়ে চলাইছে এই অভিযান।
  • মঙলবাৰে সন্ধান পোৱা গৈছিল ভাৰতীয় বায়ু সেনাৰ এএন-৩২ বিমানখনৰ ধ্বংসাৱশেষৰ।
  • অৰুণাচলৰ ইষ্ট চিয়াং জিলাৰ লাইপু অঞ্চলৰ দুৰ্গম বনাঞ্চলত দুৰ্ঘটনাত পতিত হৈছিল বিমানখন।
  • ৩ জুনতে সন্ধানহীন হৈছিল এএন-৩২ বিমানখন।
  • বিমানখনৰ ভিতৰত আছিল ৮ ক্ৰু মেম্বাৰ আৰু ৫ জন যাত্ৰী।
  • চাওক উদ্ধাৰ অভিযানৰ ভিডিঅ’-
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি