শেহতীয়া খবৰ
ভাল খবৰঃ ভাৰতত কোৰোনাত আক্ৰান্ত ১০২ গৰাকী লোক হৈছে আৰোগ্য…  •  মুম্বাইত আৱদ্ধ কাছাৰৰ ১০ গৰাকী তীৰ্থযাত্ৰী...  •  বিক্ৰী বন্ধঃ মহানগৰীৰ ৰাজপথত ব্ৰয়লাৰ, VIDEO  •  লকডাউনত নুমলীগড়ত কৃষকৰ মাজত হাহাকাৰঃ শ শ বিঘা শস্য নষ্ট হৈছে পথাৰ...  •  নিজ নিজ বিদ্যালয়ৰ শিক্ষাৰ্থীক ঘৰৰপৰা শিক্ষাদান টীয়কৰ দুই শিক্ষকৰ...  •  ইটালীৰ পাছত মৃত্যুৰ ঘণ্টা বাজিছে স্পেইনত, ২৪ ঘণ্টাত ৬২৪জনৰ মৃত্যু, সবিশেষ তথ্য...  •  ইটালীৰ পাছত মৃত্যুৰ ঘণ্টা বাজিছে স্পেইনত, ২৪ ঘণ্টাত ৬২৪জনৰ মৃত্যু, সবিশেষ তথ্য...  •  জাৰ্মানৰ মন্ত্ৰীয়ে কৰিলে আত্মহত্যা, কোৰোনাৰ ফলত সৃষ্টি হোৱা আৰ্থিক মন্দাৱস্থাক লৈ আছিল চিন্তিত...  •  সমগ্ৰ বিশ্বত ৭ লক্ষাধিক লোকৰ দেহত কোৰোনা, মৃত্যুৰ সংখ্যা ৩৩ হাজাৰৰো অধিক, পঢ়ক সবিশেষ...  •  সমগ্ৰ বিশ্বত ৭ লক্ষাধিক লোকৰ দেহত কোৰোনা, মৃত্যুৰ সংখ্যা ৩৩ হাজাৰৰো অধিক, পঢ়ক সবিশেষ...

AAP কৰ্মীৰ ওপৰত কংগ্ৰেছ প্ৰাৰ্থী অলকা লাম্বাই তুলিলে হাত! নিৰ্বাচন আয়োগক দাখিল কৰিব অভিযোগ, VIDEO

302
  • দিল্লীৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ মাজতে অপ্ৰীতিকৰ পৰিস্থিতি।
  • সংঘৰ্ষত লিপ্ত হ’ল আম আদমী পাৰ্টী আৰু কংগ্ৰেছৰ কৰ্মী।
  • কংগ্ৰেছ প্ৰাৰ্থী অলকা লাম্বাৰ চৰিওৱাৰ চেষ্টা আপ কৰ্মীক।
  • দিল্লীৰ মজনু কা টিলাৰ সমীপত সংঘটিত হয় এই ঘটনা।
  • ইতিমধ্যে এই দৃশ্য বন্দী হৈছে কেমেৰাত।
  • পিছত ঘটনাস্থলীত উপস্থিত থকা আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে পৰিস্থিতি।
  • ঘটনা সন্দৰ্ভত কংগ্ৰেছৰ বিৰুদ্ধে নিৰ্বাচন আয়োদক অভিযোগ দাখিল কৰিব আম আদমী পাৰ্টীয়ে।
  • এই কথা জানিবলৈ দিয়ে আপ নেতা সঞ্জয় সিঙে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি