আহমেদাবাদত কংগ্ৰেছ নেতা হাৰ্দিক পেটেলৰ জনসভাত উত্তপ্ত পৰিস্থিতি, চাওঁক VIDEO

আহমেদাবাদত কংগ্ৰেছ নেতা হাৰ্দিক পেটেলৰ জনসভাত উত্তপ্ত পৰিস্থিতি, চাওঁক VIDEO
  • শনিবাৰে কংগ্ৰেছ নেতা হাৰ্দিক পেটেলৰ এক জনসভাত উত্তপ্ত পৰিস্থিতি।
  • সহস্ৰাধিক লোক উপস্থিত থকা জনসভাত মাৰপিট।
  • গুজৰাটৰ আহমেদাবাদত অনুষ্ঠিত কৰা হৈছিল কংগ্ৰেছ নেতাগৰাকীৰ জনসভা।
  • চকী, লাঠি লৈ উপস্থিত লোকে ইজনে সিজনৰ ওপৰত আৰম্ভ কৰে আক্ৰমণ।
  • বৰ্তমানলৈ মাৰপিটৰ কাৰণ জানিব পৰা হোৱা নাই।

চাওঁক ভিডিঅ'-

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in