ভাৰত-বাংলাদেশৰ প্ৰথমখন টি-২০, টছত জয়ী হৈ প্ৰথমে ফিল্ডিঙৰ সিদ্ধান্ত বাংলাদেশৰ…

ভাৰত-বাংলাদেশৰ প্ৰথমখন টি-২০, টছত জয়ী হৈ প্ৰথমে ফিল্ডিঙৰ সিদ্ধান্ত বাংলাদেশৰ…
  • ভাৰত বাংলাদেশৰ প্ৰথমখন টি-২০।
  • টছত জয়ী হৈ প্ৰথমে ফিল্ডিঙৰ সিদ্ধান্ত বাংলাদেশৰ।
  • প্ৰথমে বেট ধৰিব ভাৰতে।
  • দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হৈছে খেলখন।
  • উল্লেখ্য যে, দিল্লীত হৈ থকা ভয়ানক বায়ু প্ৰদূষণৰ মাজতে এই মেচখন অনুষ্ঠিত হৈছে।
  • এই শৃংখলাত মুঠ ৩খন খেল অনুষ্ঠিত হ'ব।
শৃংখলাত জয়ী দলে লাভ কৰিব এই ট্ৰফী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in