শেহতীয়া খবৰ
প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক অপমান কৰি বলিউদৰ সংগীত পৰিচালকৰ বিৰ্তকিত টুইট...  •  কেব বাতিলৰ দাবীঃ গোৱালপাৰাৰ ৰাজপথত আছুৰ বিশাল প্ৰতিবাদী জোঁৰ সমদল...  •  উত্তৰ কামৰূপৰ একাংশ ৰাস মহোৎসৱস্থলীত মুকলি জুৱা... VIDEO  •  বিয়াত বহিল মুখ্যমন্ত্ৰীৰ ভগ্নী! টুইটাৰত প্ৰধানমন্ত্ৰীয়ে দিলে যুগ্মজীৱনৰ বাবে শুভেচ্ছাবাণী...  •  সন্ধিয়া ৭.৪১ বজাত অনুভূত হোৱা ভূমিকম্পৰ সবিশেষ...  •  সন্ধিয়া ৭.৪১ বজাত অনুভূত হোৱা ভূমিকম্পৰ সবিশেষ...  •  জাতীয় নায়কে কেবৰ বিৰুদ্ধে মাত মাতি জাতিটোক ৰক্ষা কৰকঃ ওদালগুৰিত আছুৰ বিশাল জোঁৰ সমদল...  •  ভূমিকম্পই জোকাৰিলে গুৱাহাটী মহানগৰী...  •  মানকাচৰত নাৰী অপহৰণকাৰী চক্ৰৰ সদস্যক আটক...  •  শোণিতপুৰ জিলা আৰক্ষীৰ বৃহৎ   অভিযান, ৯খন বাইকসহ গ্ৰেপ্তাৰ চোৰক...

ভাৰত-বাংলাদেশৰ প্ৰথমখন টি-২০, টছত জয়ী হৈ প্ৰথমে ফিল্ডিঙৰ সিদ্ধান্ত বাংলাদেশৰ…

331
  • ভাৰত বাংলাদেশৰ প্ৰথমখন টি-২০।
  • টছত জয়ী হৈ প্ৰথমে ফিল্ডিঙৰ সিদ্ধান্ত বাংলাদেশৰ।
  • প্ৰথমে বেট ধৰিব ভাৰতে।
  • দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হৈছে খেলখন।
  • উল্লেখ্য যে, দিল্লীত হৈ থকা ভয়ানক বায়ু প্ৰদূষণৰ মাজতে এই মেচখন অনুষ্ঠিত হৈছে।
  • এই শৃংখলাত মুঠ ৩খন খেল অনুষ্ঠিত হ’ব।
View image on Twitter
শৃংখলাত জয়ী দলে লাভ কৰিব এই ট্ৰফী।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি