দিল্লীত শুক্ৰবাৰৰ পৰা আৰম্ভ হয় নৱম আৰু একাদশ শ্ৰেণীৰ পাঠদান…

দিল্লীত শুক্ৰবাৰৰ পৰা আৰম্ভ হয় নৱম আৰু একাদশ শ্ৰেণীৰ পাঠদান…
  • শুক্ৰবাৰৰ পৰা দিল্লীৰ বিদ্যালয় সমূহত নৱম আৰু একাদশ শ্ৰেণীৰ পাঠদান আৰম্ভ হয় ।
  • কোভিডৰ ভয়াবহতাৰ বাবে বন্ধ হৈ আছিল বিদ্যালয় সমূহৰ শ্ৰেণী সমূহ ।
  • ১৮ জানুৱাৰীত দশম আৰু দ্বাদশ শ্ৰেণীৰ বাবে বিদ্যালয়ত পাঠদান আৰম্ভ হৈছিল ।
  • বৰ্তমানলৈও নৱম শ্ৰেণীৰ তলৰ শ্ৰেণী সমূহৰ পাঠদান আৰম্ভ হোৱা নাই ।
  • বিদ্যালয়লৈ সম্পূৰ্ণ কোভিড প্ৰট'কল মানি উপস্থিত থাকিব লাগিব ছাত্ৰ – ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়ত্ৰী সকলে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in