৩০ এপ্ৰিলৰ লৈকে বন্ধ থাকিব সকলো শৈক্ষিক প্ৰতিষ্ঠানঃ মেঘালয় চৰকাৰৰ ঘোষণা…

ফাইল ফটো
ফাইল ফটো
  • মেঘালয়ত ৩০ এপ্ৰিলৰ লৈকে বন্ধ থাকিব সকলো শৈক্ষিক প্ৰতিষ্ঠান।
  • ৰাজ্য চৰকাৰে কৰিছে এই ঘোষণা।
  • ইফালে MGNREGA অধীনত থকা গাঁৱবোৰৰ স্বাভাৱিক অৱস্থা কিছু পৰিমাণে ঘূৰাই অনাৰ বাবে পৰামৰ্শ।
  • মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী Prestone Tynsongয়ে শেহতীয়াকৈ লগতে ঘোষণা কৰিছে যে, দিন হাজিৰা কৰা লোকসকলক বিশেষভাৱে সহায় কৰিছে চৰকাৰে।
  • প্ৰতি সপ্তাহত ৭০০ টকাকৈ দিছে মেঘালয় চৰকাৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in