১৯ ছেপ্টেম্বৰৰ পৰা আইপিএল-২০২০, দেওবাৰে ঘোষণা হ’ব সূচী…

১৯ ছেপ্টেম্বৰৰ পৰা আইপিএল-২০২০, দেওবাৰে ঘোষণা হ’ব সূচী…
  • ১৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব ২০২০ বৰ্ষৰ আই পি এল।
  • ইউ এ ইত খেলা হ'ব আই পি এল-২০২০।
  • দেওবাৰে ঘোষণা কৰা হ'ব আই পি এলৰ সূচী।
  • আই পি এলৰ শ্বেয়াৰমেন ব্ৰিজেশ পেটেলে কৰে এই ঘোষণা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in