MPWSSৰ অধীনৰ চৰকাৰী পানী যোগান আঁচনিৰ নামত ভেকো-ভাওঁনা…

MPWSSৰ অধীনৰ চৰকাৰী পানী যোগান আঁচনিৰ নামত ভেকো-ভাওঁনা…
  • বাক্সাৰ শালবাৰীত MPWSSৰ অধীনৰ চৰকাৰী পানী যোগান আঁচনিৰ নামত ভেকো-ভাওঁনা ।
  • বাক্সাৰ শালবাৰীৰ আঁওহাতাবাসী ৰাইজৰ বাবে ৯ বছৰ পূৰ্বে নিৰ্মাণ কৰা পানী যোগান আঁ‌চনিৰ দ্বাৰা অপচয় চৰকাৰী ধন ।
  • অসম চৰকাৰৰ MPWSS আঁ‌চনিৰ অধিনত নিৰ্মাণ কৰা পানী যোগান আচনিত নোলাল এটুপিও বিশুদ্ধ পানী ।
  • ২০১৩-১৪ বৰ্ষতে নিৰ্মাণ কৰা প্ৰকল্পটোৰ পৰা আজিলৈকে ৰাইজে নাপালে বিশুদ্ধ খোৱা পানী ।
  • জংঘলেৰে ভৰি পৰিছে পানী যোগান প্ৰকল্প ।
  • স্থানীয় ৰাইজে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে বিভাগীয় কৰ্তৃপক্ষক ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in