শেহতীয়া খবৰ
মানকাচৰৰ নিউ মাৰ্কেটত নিচা জাতীয় দ্ৰব্য সহ গ্ৰেপ্তাৰ এজন...  •  ভূমিকম্পই জোকাৰি গ'ল গুৱাহাটী...  •  বৰপেটাৰ কেওঁটকুছিত ভয়াবহ পথ দূৰ্ঘটনা,ট্ৰেন্সফৰ্মাৰ ভাঙিলে ব'লেৰ পিক আপ ভানে...  •  সন্মিলিত নাৰী শক্তি অসমৰ কেন্দ্ৰীয় সমিতিৰ প্ৰথম বাৰ্ষিক বিশেষ অধিৱেশন সামৰণি...  •  ১ মিনিটত ২৫ খবৰ...  •  নলবাৰীত হেমকোষপ্ৰাণ দেৱানন্দ বৰুৱাক স্মৰণ...  •  নলবাৰীৰ বালিকুছিত শ্ৰীশ্ৰীযোগেশ মন্দিৰ উদ্বোধন,দুশ গৰাকী জ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা...  •  ৩০ জনীয়া সদস্যৰে অন্তৱৰ্তীকালীন কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠন...  •  টিহুৰ সুৰভি গোষ্ঠীৰ উদ্যোগত দুখন কাব্যগ্ৰন্থ উন্মোচন...  •  কাজিৰঙাত ভালুকৰ আক্ৰমণত অস্থায়ী বনকৰ্মী আহত

২০১১-১৬ বৰ্ষৰ বিধায়ক উন্নয়ন পুঁজিৰ অনিয়ম! বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে তদন্ত…

351
  • ২০১১-১৬ বৰ্ষৰ বিধায়ক উন্নয়ন পুঁজিৰ ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ।
  • ইতিমধ্যে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে আৰম্ভ হৈছে তদন্ত।
  • মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই আৰম্ভ কৰিছে বিধায়ক গৰাকীৰ বিৰুদ্ধে এই তদন্ত।
  • যোৰহাটত বাহৰ পাতিছে ৪-৫জনীয়া তদন্তকাৰী এটা দলে।
  • ডিচিৰ কাৰ্যালয়ৰ পৰা তদন্তকাৰী দলটোৱে ইতিমধ্যে সংগ্ৰহ কৰিছে নথিপত্ৰ।
  • ইফালে, বিধায়ক গৰাকীৰ বিৰুদ্ধে আনটাইড ফাণ্ডৰ অনিয়মৰো অভিযোগ উত্থাপন হৈছে।
  • উল্লেখ্য যে, যোৱা কিছুদিনৰ পৰা চৰকাৰৰ বিৰুদ্ধে বহু অনিয়মৰ অভিযোগ উত্থাপন কৰি সৰৱ হৈ আছিল কংগ্ৰেছৰ বিধায়ক গৰাকী।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি