২০১১-১৬ বৰ্ষৰ বিধায়ক উন্নয়ন পুঁজিৰ অনিয়ম! বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে তদন্ত…

২০১১-১৬ বৰ্ষৰ বিধায়ক উন্নয়ন পুঁজিৰ অনিয়ম! বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে তদন্ত…
  • ২০১১-১৬ বৰ্ষৰ বিধায়ক উন্নয়ন পুঁজিৰ ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ।
  • ইতিমধ্যে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে আৰম্ভ হৈছে তদন্ত।
  • মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই আৰম্ভ কৰিছে বিধায়ক গৰাকীৰ বিৰুদ্ধে এই তদন্ত।
  • যোৰহাটত বাহৰ পাতিছে ৪-৫জনীয়া তদন্তকাৰী এটা দলে।
  • ডিচিৰ কাৰ্যালয়ৰ পৰা তদন্তকাৰী দলটোৱে ইতিমধ্যে সংগ্ৰহ কৰিছে নথিপত্ৰ।
  • ইফালে, বিধায়ক গৰাকীৰ বিৰুদ্ধে আনটাইড ফাণ্ডৰ অনিয়মৰো অভিযোগ উত্থাপন হৈছে।
  • উল্লেখ্য যে, যোৱা কিছুদিনৰ পৰা চৰকাৰৰ বিৰুদ্ধে বহু অনিয়মৰ অভিযোগ উত্থাপন কৰি সৰৱ হৈ আছিল কংগ্ৰেছৰ বিধায়ক গৰাকী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in