এন আৰ চিক লৈ আজি উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিব গুৰুত্বপূৰ্ণ শুনানি…

ফাইল ফটো
ফাইল ফটো
  • আজি উচ্চতম ন্যায়ালয়ে এন আৰ চিৰ সন্দৰ্ভত গ্ৰহণ কৰিব গুৰুত্বপূৰ্ণ শুনানি ।
  • মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিচাৰপীঠত হ'‍ব এই শুনানি।
  • চূড়ান্ত এন আৰ চি প্ৰকাশৰ দিন পিছুওৱা সন্দৰ্ভত শুনানি হ'ব ন্যায়ালয়ত।
  • উল্লেখ্য যে, ৩১ জুলাইত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশৰ দিন ধাৰ্য কৰিছিল দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে।
  • ইতিমধ্যে উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কৰিছে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে।
  • অগ্ৰিম শুনানি বিচাৰি দেশৰ চলিচিটৰ জেনেৰেল তুষাৰ মেহতাই আবেদন দাখিল কৰিছিল।
  • সেই আবেদনৰ ভিত্তিতে আজি হ'ব শুনানি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in