শেহতীয়া খবৰ
শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক... • শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক... • এমাহ ধৰি সন্ধানহীন ভকচং হাতীগড়ৰ দুই সন্তানৰ পিতৃ... • আৰু ৩১জনৰ দেহত কোভিড-১৯, বহিঃৰাজ্যৰ পৰা বিমানেৰে অহা ২০জন আক্ৰান্ত কোৰোনাত... • কোৰোনাৰ পাছত বানৰ তাণ্ডৱ অসমত! ৬জনে হেৰুৱাইছে প্ৰাণ... • বৰক্ষেত্ৰীৰ লাৰকুছিত উপস্থিত হৈ গৰাখহনীয়া পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ... VIDEO • ওদালগুৰিত বিগত ২৪ ঘণ্টাত ১২জনকৈ লোক কোৰোনাত আক্ৰান্ত... • PUBG খেলাৰ বাবেই ম’বাইল চুৰি কৰি আৰক্ষীৰ জালত ২ কিশোৰ... • লকডাউনৰ প্ৰভাৱঃ বিশ্ববিদ্যালয়-মহাবিদ্যালয়ে কি পদক্ষেপ ল’ব পৰামৰ্শৰ বাবে ৰাজ্যপালৰ উচ্চস্তৰীয় কমিটী গঠন... • ৰোহিত শৰ্মাক ‘ৰাজীৱ গান্ধী খেল ৰত্ন-২০২০’ৰ বাবে মনোনীত...

নসত্ৰত এহেজাৰ গছপুলি ৰোপণ কৰি প্লাষ্টিক বৰ্জনৰ আহ্বান ভাৰতীয় ষ্টেট বেংকৰ

56

ডিজিটেল সংবাদ, চেঙাঃ ভাৰতীয় ষ্টেট বেংকে “এডপ্ত” কৰিলে অসমৰ পাঁচখন গাঁও। প্ৰথমখন গাঁও হিচাপে বৰপেটাৰ নসত্ৰত দেওবাৰে আৰম্ভ কৰিলে গছপুলি ৰোপণ আৰু চাফাই অভিযান কাৰ্যসূচীৰ। ভাৰতীয় ষ্টেট বেংকৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত ৰূপায়ণ কৰিছে এই কাৰ্যসূচী।

এক হাজাৰ গছ পুলি ৰোপণ কৰিছে ষ্টেট বেংক কতৃপক্ষই। প্লাষ্টিক বৰ্জনৰ আহ্বান জনাইছে ষ্টেট বেংক কতৃপক্ষই।এই সন্দৰ্ভত অনুষ্ঠিত এক সভাত কাপোৰৰ মোনা প্ৰদান কৰিলে গাঁওবাসীক।

ভাৰতীয় ষ্টেট বেংকৰ চি জে এম সুনীল কুমাৰ টেণ্ডনে মুকলি কৰিলে বৃক্ষৰোপণ কাৰ্যসূচীৰ। উক্ত কাৰ্যসূচীত কৃষ্ণগুৰু সেৱাশ্ৰমৰ ভক্তি মাতৃ কুন্তলা গোস্বামীয়ে উপস্থিত থাকি ভাষণ প্ৰদান কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি