এছ বি আয়ে বন্ধ কৰিব ইন্টাৰনেট বেংকিং!

এছ বি আয়ে বন্ধ কৰিব ইন্টাৰনেট বেংকিং!

ডিজিটেল ডেস্কঃ এছ বি আয়ে বন্ধ কৰিব ইন্টাৰনেট বেংকিং। যিসকল এছ বি আই গ্ৰাহকে তেওঁলোকৰ মোবাইল নম্বৰসহ একাউন্টৰ সৈতে পঞ্জীয়ন কৰা নাই সেই গ্ৰাহকসকলৰ ইন্টাৰনেট বেংকিং সেৱা বন্ধ কৰি দিব এছ বি আয়ে। এছ বি আইৰ ৱেবছাইট জৰিয়তে ঘোষণা কৰা হৈছে এই কথা।

যদি কোনো এছ বি আই একাউণ্ট থকা গ্ৰাহকে তেনে নম্বৰ পঞ্জীয়ন নকৰাকৈ ইণ্টাৰনেট বেংকিং সেৱাৰ সুবিধা লৈ আছে তেন্তে ১ ডিচেম্বৰৰ ভিতৰত সেই ইন্টাৰনেট বেংকিং সেৱা বন্ধ হৈ পৰিব। ইয়াৰ পৰা ৰক্ষা পাবলৈ সমীপৱৰ্তী এছ বি আই ব্ৰাঞ্চলৈ গৈ ৩০ নবেম্বৰৰ ভিতৰত ইন্টাৰনেট বেংকিঙৰ বাবে ব্যৱহাৰ কৰি মোবাইল নম্বৰ পঞ্জীয়ন কৰিবগৈ লাগিব। এই বিষয়ে সবিশেষ www.onlinesbi.comত উল্লেখ কৰিছে বেংক কৰ্তৃপক্ষই

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in