কোৰোনাৰ প্ৰভাৱ! ভাৰতৰ পৰা চৌদি আৰৱলৈ সকলো বিমান সেৱা বন্ধ…

কোৰোনাৰ প্ৰভাৱ! ভাৰতৰ পৰা চৌদি আৰৱলৈ সকলো বিমান সেৱা বন্ধ…

ডিজিটেল ডেস্কঃ ভাৰতত প্ৰতিদিনাই বৃদ্ধি পাইছে কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি চৌদি আৰৱলৈ ভাৰতৰ পৰা উৰা মৰা সকলো বিমান সেৱা বন্ধ কৰি দিয়া হৈছে। মঙলবাৰে চৌদি আৰৱৰ জেনেৰেল অথৰিটী অৱ চিভিল এভিয়েশ্যন চমুকৈ জিএজিএৰ তৰফৰ পৰা এই কথা ঘোষণা কৰা হৈছে।

জিএজিএ-য়ে এই সন্দৰ্ভত কয় যে- ভাৰতৰ পৰা আহিব লগা সকলো বিমান সেৱা বন্ধ কৰি দিয়া হৈছে। চৌদি আৰৱলৈ অহাৰ পূৰ্বে যিসকল লোক ভাৰতৰ লগতে ব্ৰাজিল, আৰ্জেন্টিনালৈ যোৱা ১৪ দিনত গৈছিল, তেওঁলোকক আহিব নোৱাৰিব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in