শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২০৪জন কোভিড পজিটিভ, সুস্থ হৈছে ২৯৬১জন...  •  ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে ইছলামফোবিয়া বৃদ্ধিৰ অভিযোগ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ...  •  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুৰ্গাপূজাস্থলীত উপস্থিত হৈ মাৰ আৰ্শীবাদ ল'লে মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে...  •  চীন আৰু পাকিস্তানৰ সৈতে যুদ্ধৰ দিন থিক কৰিছে প্ৰধানমন্ত্ৰীয়েঃ বিজেপিৰ অধ্যক্ষ, উত্তৰ প্ৰদেশ...  •  চিকিৎসকৰ দৰমহা আৰু কোৰোনা ভাইৰাছ সম্পৰ্কীয় বিষয়ত মন্তব্য কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ ৪জনৰ মৃত্যু...  •  ৰাসতো পৰিব কোৰোনাৰ প্ৰভাৱ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  চেমচাঙৰ চেয়াৰমেন লী-কুন-হিৰ মৃত্যু...

কোৰোনাৰ প্ৰভাৱ! ভাৰতৰ পৰা চৌদি আৰৱলৈ সকলো বিমান সেৱা বন্ধ…

234

ডিজিটেল ডেস্কঃ ভাৰতত প্ৰতিদিনাই বৃদ্ধি পাইছে কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি চৌদি আৰৱলৈ ভাৰতৰ পৰা উৰা মৰা সকলো বিমান সেৱা বন্ধ কৰি দিয়া হৈছে। মঙলবাৰে চৌদি আৰৱৰ জেনেৰেল অথৰিটী অৱ চিভিল এভিয়েশ্যন চমুকৈ জিএজিএৰ তৰফৰ পৰা এই কথা ঘোষণা কৰা হৈছে।

জিএজিএ-য়ে এই সন্দৰ্ভত কয় যে- ভাৰতৰ পৰা আহিব লগা সকলো বিমান সেৱা বন্ধ কৰি দিয়া হৈছে। চৌদি আৰৱলৈ অহাৰ পূৰ্বে যিসকল লোক ভাৰতৰ লগতে ব্ৰাজিল, আৰ্জেন্টিনালৈ যোৱা ১৪ দিনত গৈছিল, তেওঁলোকক আহিব নোৱাৰিব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি